Home সংস্কৃতি আগষ্ট

আগষ্ট

0

আগষ্ট

আগষ্ট

আগষ্ট

আগষ্ট হৈছে ইংৰাজী কেলেণ্ডাৰৰ অষ্টম মাহ। এই মাহটোৰ নামকৰণ কৰা হৈছে ৰোমান সম্ৰাট জুলিয়াছ চিজাৰৰ ভাগিনিয়েক আগষ্টাছৰ নাম অনুসৰি। আগতে এই মাহ আছিল 29 দিনীয়া। তাৰ পাছত ইয়াক 32 দিনীয়া কৰা হয়। কিন্তু আগষ্টাছে ইয়াক 31 দিনীয়া কৰে। ইয়াৰ এটা কাৰণো আছিল। তেওঁৰ মোমায়েক জুলিয়াছ চিজাৰৰ নামেৰে হোৱা জুলাই মাহটো আছিল 31 দিনীয়া। সেয়ে মোমায়েকৰ সমান হ’বলৈ তেওঁ মাহটো 31 দিনীয়া কৰে। সাধাৰণতে অসমীয়া শাওণ ভাদ মাহত আগষ্ট মাহটো পৰে। 0 0 0.

You May Like:

Previous articleঅকা । অকা সংস্কৃতি
Next articleঅস্কাৰ বঁটা
I'm Nazmina Begum, from Noonmati Guwahati (Assam) Admin of Assamesegrammar.com

LEAVE A REPLY

Please enter your comment!
Please enter your name here