বিশ্বৰ বিভিন্ন ঠাইৰ উপনাম
বিশ্বৰ বিভিন্ন ঠাইৰ উপনাম
উপনাম ————- দেশ বা স্থান
ইউৰোপৰ খেলপথাৰ ——- চুইজাৰলেণ্ড
ভূমধ্যস্থৰ চাবি ——- জিব্রালটাৰ
চকুলোৰ দুৱাৰ ——- বেবে-ইন-মেনডেব
ইংলণ্ডৰ বাগিছা ——- ইংলণ্ডৰ কেন্ট
সাম্ৰাজ্যবাদৰ নগৰ ——- নিউয়ৰ্ক
ইউৰোপৰ ৰণস্থলী ——- বেলজিয়াম
সেউজীয়া মুক্তাৰ দেশ ——- আয়াৰলেণ্ড
অন্ধকাৰ মহাদেশ ——- আফ্রিকা
দক্ষিণৰ সম্ৰাজ্ঞী ——- চিডনী
শ্বেত মানুহৰ কবৰ ——- আফ্রিকাৰ গিনি উপকূল
স্বৰ্ণ মন্দিৰৰ দেশ ——- ম্যানমাৰ (বাৰ্মা)
কেংগেৰুৰ দেশ ——- অষ্ট্ৰেলিয়া
কেকৰ দেশ ——- স্কটলেণ্ড
সপ্ত পৰ্বতৰ নগৰ ——- ৰোম
ঈশ্বৰৰ নগৰ ——- ৰোম
স্বৰ্ণমন্দিৰৰ নগৰ ——- অমৃতস্বৰ
নীলা পাহাৰ ——- নীলগিৰি পৰ্বত
বঙ্গৰ শোক ——- দামোদৰ নদী
মুক্তা দ্বীপ ——- বাহৰেইন
ক্লোভ আইলেণ্ড ——- জাঞ্জিবাৰ
দ্য হাৰমিট কিংডম ——- কোৰিয়া
হোলি লেণ্ড ——- পেলেষ্টাইন
বজ্ৰপাতৰ দেশ ——- ভূটান
হাজাৰ সৰোবৰৰ দেশ ——- জিনলেণ্ড
সূৰ্যোদয়ৰ দেশ ——- জাপান
মাজ ৰাতি সূৰ্য উঠা দেশ ——- নৰৱে
শান্ত ৰাতিপুৱাৰ দেশ ——- কোৰিয়া
হেয়াৰিং পণ্ড ——- আটলান্টিক মহাসাগৰ
বৃহৎ শুভ্ৰ পথ ——- নিউয়ৰ্কৰ ব্রড-ৱে
গ্ৰেনাইটৰ নগৰ ——- স্কটলেণ্ডৰ এবাৰডিন
নীল নদীৰ উপহাৰ ——- ইজিপ্ত
ৰাতিৰ ৰামধেনুৰ দেশ ——- হাৱাই দ্বীপ
সূৰ্যাস্তৰ দেশ ——- আমেৰিকা
পূৱৰ ভেনিচ ——- আল্লাপ্পুজা
মচলাৰ বাগিছা ——- কেৰালা (ভাৰত)
ভাৰতৰ দুৱাৰমুখ ——- মুম্বাই
জনপ্ৰাণীহীন নগৰ ——- দ্য কানহা
পৃথিৱীৰ ব্রেডবাচকেট ——- উত্তৰ আমেৰিকা
শুভ্ৰ চহৰ ——- যুগোশ্লাভিয়াৰ বেলগ্ৰেড
নীলা নদী ——- ইয়াং চি’কিয়াং
উত্তৰ ভেনিচ ——- ষ্টকহ’ম
পাতালৰ দেশ ——- নেদাৰলেণ্ড
চীনৰ দুখ ——- হোৱাংহো নদী
ইউৰোপৰ ৰুগীয়া লেক ——- তুৰ্কী
কোৱেকাৰ চিটি ——- ফিলাডেলফিয়া
গুলপীয়া চহৰ ——- জয়পুৰ
হাৰকিউলিচৰ স্তম্ভ ——- জিব্রালটাৰ
ভূমিকম্পৰ দেশ ——- জাপান
বিনা ৰেল লাইনৰ দেশ ——- আইচলেণ্ড
জাৰকালি বৰষুণৰ দেশ ——- উত্তৰ ইজৰাইল
প্ৰাচীৰৰ দেশ ——- চীন
পিৰামিডৰ দেশ ——- মিচৰ
পৃথিৱীৰ মূধচ ——- পামিৰ
আৰব সাগৰীয় ৰাণী ——- কোচি
চেনিৰ পাত্ৰৰ দেশ ——- কিউবা
নেভাৰ নেভাৰ লেণ্ড ——- নৰ্থ অষ্ট্ৰেলিয়াৰ প্ৰেইৰিচ
সোণালী ভেড়াৰ নোমৰ দেশ ——- অষ্ট্ৰেলিয়া
দীঘলীয়া বগা ডাৱৰৰ দেশ ——- নিউজিলেণ্ড
বগা হাতীৰ দেশ ——- থাইলেণ্ড
লিলিফুলৰ দেশ ——- কানাডা
এড্ৰিয়াটিকৰ ৰাণী ——- ইটালিৰ ভেনিচ
চকুলোৰ ৰথ ——- বাবেল মাণ্ডেৰ প্ৰণালী
ডকাইতৰ মহানগৰী ——- নিউয়ৰ্ক
এচফাল্টৰ হ্রদ ——- ত্ৰিনিদাদ হ্রদ (ৱেষ্ট ইণ্ডিজ)
দক্ষিণৰ ব্রিটেইন ——- নিউজিলেণ্ড
মিঠা পানীৰ হ্রদ ——- চুপিৰিয়ৰ হ্রদ
বান্দৰৰ দেশ ——-বোৰ্ণিও দ্বীপ
অধিক দ্বীপপুঞ্জৰ দেশ ——- ইন্দোনেচিয়া
মহাৰাণীৰ দেশ ——- ইংলণ্ড
ইহুদিসকলৰ দেশ ——- ইজৰাইল
ঘন বসতিৰ দেশ ——- মোনাকো
বিনা টেলিফোনৰ দেশ ——- গ্ৰীণলেণ্ড
শুকান চহৰ ——- খাৰ্টুম (চুডানৰ ৰাজধানী)
শীতল চহৰ ——- ভাৰ্খ’য়ানস্ক (চাইেবৰিয়া)
চিৰ বসন্তৰ মহানগৰ ——- কুৱেট (দঃ আমেৰিকা)
স্বৰ্ণৰ মহানগৰ ——- জোহান্সবাৰ্গ
মছজিদৰ চহৰ ——- ঢাকা
আকাশলঙঘী অট্টালিকাৰ দেশ ——- নিউয়ৰ্ক
নিষিদ্ধ যাত্ৰাৰ দেশ ——- লাচা (তিববতৰ ৰাজধানী)
দুখন দেশৰ মাজৰ দেশ ——- এণ্ডোৰ
কমলাৰ মহানগৰী ——- নাগপুৰ ভাৰত)
কমলাৰ দেশ ——- ব্রাজিল
বতাহৰ চহৰ ——- চিকাগো
ভাৰতৰ চুইজাৰলেণ্ড ——- কাশ্মীৰ
অসমৰ মানচেষ্টাৰ ——- শুৱালকুছি
বন কুকুৰাৰ দেশ ——- শ্ৰীলংকা
সমুদ্ৰ বন্ধুৰ দেশ ——- গ্ৰেট বৃটেইন
উত্তৰ দিশৰ মহানগৰী ——- হামাৰ ফেষ্ট (নৰৱে)
আনন্দৰ মহানগৰী ——- নিউয়ৰ্ক
ভাৰতৰ আৰব সাগৰৰ ৰাণী ——- কোচিন (কেৰালা)
ভাৰতৰ দাক্ষিণাত্যৰ ৰাণী ——- পুণে (মহাৰাষ্ট্ৰ)
ভাৰতৰ মন্দিৰৰ নগৰ ——- বাৰানসী
পঞ্চ নদীৰ দেশ ——- পঞ্জাৱ
সাগৰৰ দলং ——- গ্ৰেট বৃটেইন
বজ্ৰপাতৰ দ্বীপ ——- জাভা দ্বীপ
ভূমধ্য সাগৰৰ দুৱাৰ ——- জিব্রাল্টৰ প্ৰণালী
নীল নদীৰ উৎস ——- ভিক্টোৰিয়া হ্রদ
লঙৰ দ্বীপ ——- মাদাগাস্কাৰ
বিনা নদীৰ দেশ ——- চৌদি আৰব।
মাফিয়া অপৰাধী সংগঠনৰ দেশ ——- চিচিলি দ্বীপ
এন্দুৰৰ মহানগৰী ——- মেক্সিকো
চিগাৰেট সেৱনৰ দেশ ——- কুৱেইট
ধুমুহা বতাহৰ দেশ ——- এন্টাৰ্কটিকা
ফুলৰ দেশ ——- নেদাৰলেণ্ড
সোণালী তোৰণৰ মহানগৰ ——- চানফ্রান্সিচকো
প্ৰাসাদৰ মহানগৰী ——- কলকাতা
ভাৰতৰ বাগিচা ——- বাঙ্গালোৰ। ০ ০ ০
বিশ্বৰ বিভিন্ন ঠাইৰ উপনাম, Surname of some Places
You May Like:
