নাজমিনা বেগম
আলকাতৰা । Pitch
আলকাতৰা । Pitch
(আলকাতৰা । Pitch) আলকাতৰা হৈছে কয়লাৰ পৰা প্ৰস্তুত কৰা এবিধ ক’লা তৰল অথচ গাঢ় আঠাতলীয়া পদাৰ্থ।
আলকাতৰাত কাৰ্বনৰ পৰমাণু বিচ্ছিন্ন হৈ মিহলি হৈ...
আলপাকা । Alpaca
আলপাকা । Alpaca
(আলপাকা । Alpaca) আলপাকা হৈছে দক্ষিণ আমেৰিকাৰ এবিধ স্তন্যপায়ী প্ৰাণী। দেখাত বহুখিনি ভেড়াৰ দৰে যদিও ইহঁতৰ ডিঙিটো দীঘল। সৰ্বশৰীৰ ঘন আৰু দীঘল...
আলোকবৰ্ষ । Light Year
আলোকবৰ্ষ । Light Year
আলোবৰ্ষ হৈছে আধুনিক জ্যোতিৰ্বিজ্ঞানত ব্যৱহত দূৰত্বৰ একক। মহাকাশত বিভিন্ন জ্যোতিষ্কৰ দূৰত্ব ইমান বেছি যে সাধাৰণ মাইল বা কিলোমিটাৰ হিচাপত সেই দূৰত্ব জোখা...
আয়ুৰ্বেদ | Ayurveda
আয়ুৰ্বেদ | Ayurveda
(আয়ুৰ্বেদ | Ayurveda) আয়ুৰ্বেদ হৈছে প্ৰাচীন ভাৰতীয় এক চিকিৎসা শাস্ত্ৰ। মূল সংস্কৃত আয়ুৰ্বেদৰ ‘আয়ু’ৰ অৰ্থ জীৱন বা প্ৰাণ আৰু ‘বেদ’ৰ অৰ্থ জ্ঞান...
ইইজি | Electroencephalography
ইইজি Electroencephalography
ইইজি (Electroencephalography) হৈছে এক যন্ত্র যাৰ সহায়ত অংকিত মস্তিষ্কৰ স্নায়ুকেন্দ্ৰবোৰৰ বিশেষ বৈদ্যুতিক স্পন্দনৰ গতি-প্ৰকৃতি নিৰ্দেশক ৰেখা-চিত্ৰ পাব পাৰি। এই প্ৰক্ৰিয়াত মস্তিষ্কৰ কোষবোৰৰ এটি...
ইউক্লিড । Euclid
ইউক্লিড । Euclid
ইউক্লিড আছিল প্ৰাচীন গ্ৰীক গণিতজ্ঞ আৰু পণ্ডিত। তেওঁৰ জন্মকাল অজ্ঞাত। আনুমানিক খ্ৰীষ্টপূৰ্ব চতুৰ্থ-তৃতীয়ৰ বিজ্ঞানী। খ্ৰীষ্টপূৰ্ব ৩০০-ত আলেকজেণ্ড্ৰিয়াত অধ্যাপনা কৰিছিল বুলি জনা যায়।...
ইউগ্লেনা । Euglena
ইউগ্লেনা । Euglena
ইউগ্লেনা এবিধ এককোষী জলজ প্ৰাণী। প্ৰাণীৰূপে বিবেচিত হ’লেও ইহঁতৰ শাৰীৰিক গঠন ইমানেই আদিম যে কেইটিমান বিষয়ত ইউগ্লেনাৰ আচৰণ উদ্ভিদোচিত।
ইউগ্লেনাই উদ্ভিদৰ দৰেই নিজৰ...
ইউফ্ৰেটিছ । Euphrates
ইউফ্ৰেটিছ । Euphrates
ইউফ্রেটিছ হৈছে দক্ষিণ-পশ্চিম এছিয়াৰ দীৰ্ঘতম নদী। পূব তুৰস্কৰ আৰ্মেনিয়াৰ মালভূমি অঞ্চলত উৎপত্তি হোৱা এই নদী ছিৰিয়া আৰু ইৰাকৰ মাজেৰে বৈ গৈ টাইগ্ৰিছ নদীত পৰিছে।
ইয়াৰ...
ইউৰোপিয়ান ইউনিয়ন। European Union
ইউৰোপিয়ান ইউনিয়ন। European Union
(ইউৰোপিয়ান ইউনিয়ন। European Union) ইউৰোপিয়ান ইউনিয়ন হৈছে ইউৰোপৰ ১৫ খন দেশ একেলগ হৈ গঠন কৰা এক আন্তজাৰ্তিক সংগঠন। ১৯৯৪ চনত ইউৰোপৰ...
ইউৰেনিয়াম । Uranium
ইউৰেনিয়াম । Uranium
(ইউৰেনিয়াম । Uranium) ইউৰেনিয়াম হৈছে প্ৰকৃতিত পোৱা এবিধ বগা, কঠিন, তেজক্ৰিয় ধাতৱ মৌল। ‘পিচব্লেণ্ড’ নামৰ এক খনিজ পদাৰ্থৰ পৰা ইয়াক পৃথক কৰা...