Home সাহিত্য অসমৰ উৎসৱ-পাৰ্বন

অসমৰ উৎসৱ-পাৰ্বন

0

অসমৰ উৎসৱ-পাৰ্বন

অসমৰ  উৎসৱ-পাৰ্বন

অসমৰ উৎসৱ-পাৰ্বন

অসমৰ উৎসৱ-পাৰ্বন

বহুদিনৰ পৰা বিভিন্ন ঠাইৰ পৰা আহি বসবাস কৰা শ্ৰেণীৰ মানুহে অসমত কিছুমান উমৈহতীয়া উৎসৱ-পাৰ্বনৰ জন্ম দিছে। সময়ৰ সোঁতত এইবোৰেই অঞ্চলটোৰ ৰাইজৰ জাতীয় উৎসৱ হৈ পৰিছে। অসমৰ উৎসৱ-অনুষ্ঠানবোৰৰ পালনৰ ৰীতিৰ মাজত পাৰ্থক্য থাকিলেও প্ৰায়বোৰৰ ক্ষেত্ৰতে কম-বেছি পৰিমাণে ধৰ্মভাৱ দেখা যায়। অসমৰ উৎসৱ-অনুষ্ঠানবোৰক সামূহিকভাৱে তিনিটা ভাগত ভগাব পাৰি-ধৰ্মীয় উৎসৱ, কৃষি ভিত্তিক উৎসৱ আৰু সামাজিক অনুষ্ঠানমূলক উৎসৱ। বিহু অসমীয়াৰ জাতীয় উৎসব। 0 0 0.

You May Like:

LEAVE A REPLY

Please enter your comment!
Please enter your name here