Home বিজ্ঞান ইউৰিয়া। Uriah

ইউৰিয়া। Uriah

0

ইউৰিয়া। Uriah

ইউৰিয়া । Uriah

ইউৰিয়া। Uriah

ইউৰিয়া হৈছে কাৰ্বন, অক্সিজেন আৰু নাইট্ৰজেন থকা এবিধ বগা স্ফটিকাকাৰ জৈৱ পদাৰ্থ । ই প্ৰায় সকলো স্তন্যপায়ী প্ৰাণীৰ মূত্ৰত পোৱা যায়। ইউৰিয়াৰ আন এক নাম কাৰ্বামাইড।

ইউৰিয়াই হ’ল কৃত্ৰিমভাৱে সংশ্লেষিত প্ৰথম জৈৱ যৌগ। ১৮২৮ চনত জাৰ্মান ৰসায়নবিদ ফ্ৰেডৰিক হৱলাৰে এই প্ৰক্ৰিয়া সংঘটিত কৰে।

প্ৰাণীৰ দেহৰ অনাৱশ্যক আৰু অতিৰিক্ত নাইেট্ৰাজেন ইউৰিয়াৰ ৰূপত প্ৰস্ৰাৱৰ লগত বাহিৰলৈ ওলাই যায়। ইউৰিয়া পানীত দ্ৰৱণীয়। ঔষধ আৰু প্লাষ্টিক শিল্পত ইউৰিয়াৰ ব্যাপক ব্যৱহাৰ আছে। উত্তম সাৰ হিচাপেও ইয়াৰ বহুল ব্যৱহাৰ কৰা হয়। 0 0 0.

আপুনি ভাল পাব পাৰে: ইলেকট্রনিক ভোটিং মেছিন

LEAVE A REPLY

Please enter your comment!
Please enter your name here