Home সংস্কৃতি অক্টোবৰ

অক্টোবৰ

0

অক্টোবৰ

অক্টোবৰ

অক্টোবৰ

জুলিয়ান আৰু গ্ৰেগৰিয়ান কেলেণ্ডাৰ বা সাধাৰণতে ইংৰাজী কেলেণ্ডাৰ অনুসৰি বছৰৰ দশম মাহ। অক্টোবৰ শব্দটো লেটিন ‘অক্টোছ’ৰ পৰা আহিছে। ইয়াৰ অৰ্থ অষ্টম। প্ৰাচীন ৰোমান কেলেণ্ডাৰ মতে ই অষ্টম মাহ আছিল। সেই কেলেণ্ডাৰত মাৰ্চ মাহ আছিল প্ৰথম। পাছত জুলিয়ান আৰু গ্ৰেগৰিয়ান কেলেণ্ডাৰ মতে অক্টোবৰ দশম মাহত পৰিণত হয়। মাহটোৰ নামৰ পাছত ব্যৱহাৰ কৰা ‘বৰ’ শব্দৰ অৰ্থ জনা নাযায়। অক্টোবৰ মাহ অসমীয়া কেলেণ্ডাৰ মতে আহিন- কাতি মাহত পৰে। এই সময়ত জাৰ-জহ প্ৰায় সমান হয় আৰু ৰাতি নিয়ৰ পৰে। অক্টোবৰ মাহতে সাধাৰণতে দুৰ্গোৎসৱ, শংকৰ জন্মোৎসৱ, নৱৰাত্ৰি, দছেৰা, গান্ধী জয়ন্তী আদি কেইবাটাও উৎসৱ অনুষ্ঠিত হয়। 0 0 0.

অক্টোবৰ

You May Like:

Previous articleঅলিম্পিক | Olympic
Next articleঅকা । অকা সংস্কৃতি
I'm Nazmina Begum, from Noonmati Guwahati (Assam) Admin of Assamesegrammar.com

LEAVE A REPLY

Please enter your comment!
Please enter your name here