Home ভূগোল অক্ষৰেখা । Latitude

অক্ষৰেখা । Latitude

0

অক্ষৰেখা । Latitude

অক্ষৰেখা । Latitude

অক্ষৰেখা, Latitude

অক্ষৰেখা । Latitude 

অক্ষৰেখা হৈছে বিষুৱ ৰেখাৰ সমান্তৰালকৈ উত্তৰে আৰু দক্ষিণে থকা কাল্পনিক ৰেখা। পৃথিৱীৰ সুমেৰু আৰু কুমেৰুৰ পৰা সমদূৰৱৰ্তীভৱে যিডাল ৰেখাই পৃথিৱীখনক সমানে দুভাগ কৰিছে বুলি কল্পনা কৰা হয় তাকে বিষুৱ ৰেখা বা নিৰক্ষ ৰেখা বোলা হয়। এই বিষুৱ ৰেখাৰ সমান্তৰালকৈ, দুই মেৰুলৈকে আৰু কিছুমান ৰেখা বা বৃত্ত কল্পনা কৰা হৈছে। এইবোৰকে অক্ষৰেখা বা অক্ষবৃত্ত বোলা হয়। 0 0 0.

You May Like:

Previous articleঅষ্ট্ৰেলিয়া । Australia
Next articleঅল্টিমিটাৰ | Altimeter
I'm Nazmina Begum, from Noonmati Guwahati (Assam) Admin of Assamesegrammar.com

LEAVE A REPLY

Please enter your comment!
Please enter your name here