Home বিজ্ঞান অক্সাইড | Oxide

অক্সাইড | Oxide

0

অক্সাইড | Oxide

অক্সাইড Oxide

অক্সাইড | Oxide

অক্সাইড হৈছে অক্সিজেনৰ সংযোগত গঠিত এবিধ যৌগ। নিষ্ক্ৰিয় গেছৰ বাহিৰে প্ৰায় সকলো মৌলৰে অক্সিজেনৰ লগত ৰাসায়নিক সংযোগ ঘটিব পাৰে। সাধাৰণতে বেছিভাগ মৌলিক পদাৰ্থই অক্সিজেনৰ লগত যোগ হৈ অক্সাইড গঠন কৰে। উদাহৰণস্বৰূপে হাইড্ৰজেন অক্সাইড, — যাক আমি পানী বুলি জানো। যেনেঃ কাৰ্বন ডাই-অক্সাইড গেছীয়, হাইড্ৰজেন অক্সাইড বা পানী তৰল আৰু মেগনেছিয়াম অক্সাইড গোটা। লোত অক্সিজেন সংযোগ হোৱা প্ৰক্ৰিয়াটোক অক্সাইডেছন বা জাৰণ বুলি কোৱা। 0 0 0.

Previous articleঅক্সিন | Auxin
Next articleঅশ্ব-শক্তি | Horse-power
I'm Nazmina Begum, from Noonmati Guwahati (Assam) Admin of Assamesegrammar.com

LEAVE A REPLY

Please enter your comment!
Please enter your name here