অক্সিন | Auxin
অক্সিন | Auxin
অক্সিন (Auxin) হৈছে উদ্ভিদৰ বৃদ্ধি আৰু বিকাশ নিয়ন্ত্ৰণ কৰা এক শ্ৰেণীৰ হৰমোন। সাধাৰণতে ই গছৰ আগলি অংশত থাকে। অক্সিনে ঘাইকৈ গছৰ বৃদ্ধিৰ পৰিমাণ, ধৰণ আৰু দিশ নিৰূপণ কৰে। সামান্য পৰিমাণৰ অক্সিন ব্যৱহাৰ কৰি উদ্ভিদ-জীৱকোষ বৃদ্ধি ঘটাব পাৰি। খেতি পথাৰৰ অপতৃণ ধ্বংসৰ বাবেও অক্সিনৰ ব্যৱহাৰ আছে। ৰাসায়নাগাৰত কৃত্ৰিম উপায়েৰেও অক্সিন প্ৰস্তুত কৰিব পৰা হৈছে। 0 0 0.
You May Like: