Home বিজ্ঞান অ’ক চৰাই | Auk

অ’ক চৰাই | Auk

0

অ’ক চৰাই | Auk

অ’ক চৰাই Auk 

অ’ক চৰাই | Auk

অ’ক এবিধ বিলুপ্ত সামুদ্ৰিক চৰাই। স্কাণ্ডিনেভিয়া, স্পেইন, গ্ৰীনলেণ্ড আদি ঠাইক সামৰি উত্তৰ আটলাণ্টিক আৰু প্ৰশান্ত মহাসাগৰৰ উপকূল অঞ্চলত পৰ্যাপ্ত পৰিমাণে অ’ক চৰাই আছিল। কিন্তু সুস্বাদু মাংস আৰু কণীৰ বাবে মানুহৰ নৃশংসতাৰ ফলত এইবিধ চৰাই কমি আহিবলৈ ধৰিলে। জোঙা বহল ঠোঁটটোৰে দেখিবলৈ ধুনীয়া অ’ক চৰাইৰ পাখি দুখন আপেক্ষিকভাৱে সৰু আছিল। হাঁহৰ দৰে ভৰিৰ পতা থকা অ’ক চৰাই দেখাত পেংগুইনৰ দৰে । 1852 চনত কানাডাৰ ওচৰৰ নিউফাউনলেণ্ড দ্বীপত পোৱা অকলশয়ীৰা অ’ক চৰাইটোকেই পৃথিৱীৰ শেষ অ’ক চৰাই বুলি ঠাৱৰ কৰা হৈছে। এইবিধ চৰাই 6০ হাজাৰতকৈ অধিক বছৰ পৃথিৱীত জীয়াই আছিল। 0 0 0.

You May Like:

Previous articleঅন্তৰক । Insulator
Next articleঅ’কাপি । Okapi
I'm Nazmina Begum, from Noonmati Guwahati (Assam) Admin of Assamesegrammar.com

LEAVE A REPLY

Please enter your comment!
Please enter your name here