Home ভূগোল অনুসূৰ । Anusur

অনুসূৰ । Anusur

0

অনুসূৰ । Anusur

অনুসূৰ । Anusur

অনুসূৰ, Anusur

অনুসূৰ । Anusur

সূৰ্য আৰু পৃথিৱীৰ আটাইতকৈ ওচৰৰ অৱস্থানক ‘অনুসূৰ’ বুলি কোৱা হয়। পৃথিৱীৰ কক্ষপথ উপবৃত্তাকাৰ হোৱাৰ কাৰণে সূৰ্যৰ পৰা ইয়াৰ দূৰত্ব বছৰটোৰ সকলো সময়তে সমান নহয়। বছৰৰ তিনি জানুৱাৰীৰ দিনা সূৰ্য আৰু পৃথিৱীৰ মাজৰ দূৰত্ব আটাইতকৈ কম। ইয়াকে অনুসূৰ বা অধম দূৰত্ব বোলা হয়। সেইদিনা সূৰ্য আৰু পৃথিৱীৰ মাজৰ দূৰত্ব হয় 14.7 কোটি কিলোমিটাৰ। 0 0 0.

You May Like:

LEAVE A REPLY

Please enter your comment!
Please enter your name here