Home ভূগোল অন্তৰীপ | Cape

অন্তৰীপ | Cape

0

অন্তৰীপ | Cape

অন্তৰীপ Cape

অন্তৰীপ, Cape

অন্তৰীপ | Cape

সাগৰৰ মাজলৈ ক্ৰমে ঠেক হৈ সোমাই যোৱা ভূ-খণ্ডক ‘অন্তৰীপ’ বুলি কোৱা হয়। ভাৰতৰ দক্ষিণতম প্ৰান্ত এনেদৰে ভাৰত মহাসাগৰৰ মাজলৈ সোমাই গৈ ‘কুমাৰিকা অন্তৰীপ’ সৃষ্টি কৰিছে। এই অঞ্চলক ‘কন্যা কুমাৰী’ বুলিও জনা যায়। আফ্ৰিকাৰ উত্তমাশা অন্তৰীপ পৃথিৱীৰ বৃহত্তম অন্তৰীপ। ইয়াৰ মাটিকালি 7,17,723 বৰ্গ কিলোমিটাৰ। 0 0 0.

অন্তৰীপ, Cape

You May Like:

Previous articleঅপসূৰ | Apasur
Next articleঅনুসূৰ । Anusur
I'm Nazmina Begum, from Noonmati Guwahati (Assam) Admin of Assamesegrammar.com

LEAVE A REPLY

Please enter your comment!
Please enter your name here