Home বিজ্ঞান অপুষ্পক উদ্ভিদ | Cryptogams

অপুষ্পক উদ্ভিদ | Cryptogams

0

অপুষ্পক উদ্ভিদ | Cryptogams

অপুষ্পক উদ্ভিদ Cryptogams

অপুষ্পক উদ্ভিদ | Cryptogams

উদ্ভিদৰ দুটা মূল ভাগৰ এটা ভাগ অপুষ্পক উদ্ভিদত (Cryptogams) ফুল বা ফল নধৰে। ইয়াৰ গঠন অতি সৰল আৰু  ই একোষী বা বহুকোষী হয়। অপুষ্পক উদ্ভিদে ৰেণুৰ দ্বাৰা বংশ বৃদ্ধি কৰে। কিছুমান অপুষ্পক উদ্ভিদ নিম্ন খাপৰ আৰু কিছুমান উচ্চ খাপৰ। নিম্ন খাপৰ অপুষ্পক উদ্ভিদৰৰ শিপা, কাণ্ড, ডাল আৰু পাত নাথাকে।। আনহাতে উচ্চ খাপৰ অপুষ্পক উদ্ভিদৰ শিপা, কাণ্ড, ডাল, আৰু পাত থাকে। সাধাৰণভাৱে অপুষ্পুক উদ্ভিদক তিনিটা ভাগত ভাগ কৰা হৈছে– (১) সমাংগদেহী, যেনে- শেলুৱৈ, ভেঁকুৰ আদি; (২) মছ বৰ্গ, যেনে–মছ; (৩) ঢেকীয়া বৰ্গ, যেনে– ঢেকীয়া। 0 0 0.

You May Like:

Previous articleঅক্টোপাছ | Octopus
Next articleঅক্সিন | Auxin
I'm Nazmina Begum, from Noonmati Guwahati (Assam) Admin of Assamesegrammar.com

LEAVE A REPLY

Please enter your comment!
Please enter your name here