Home সংস্কৃতি  অসমীয়া খাদ্যাভ্যাস

 অসমীয়া খাদ্যাভ্যাস

0

 অসমীয়া খাদ্যাভ্যাস

 অসমীয়া খাদ্যাভ্যাস

 অসমীয়া খাদ্যাভ্যাস

 অসমীয়া খাদ্যাভ্যাস

কোনো এখন ঠাইৰ খাদ্যাভ্যাস কেনে হ’ব পাৰে, সেই কথা তিনিটা প্ৰধান কাৰণৰ ওপৰত নিৰ্ভৰ কৰে। প্ৰথমটো হ’ল–ভৌগোলিক পৰিৱেশ আৰু জলবায়ু, দ্বিতীয়টো হ’ল– খেতি-বাতি কৰিবৰ বাবে সহজ আৰু সহজতে পোৱা কৃষিজাত দ্ৰব্য আৰু তৃতীয়টো হ’ল– মানুহৰ স্বাস্থ্য আৰু ৰুচি। ভৌগোলিক পৰিৱেশে জলবায়ুক যেনে ধৰণে গঢ় দিয়ে, তেনে ধৰণৰ খাদ্যৰ প্ৰয়োজন হয়। আনহাতে অসম মৌচুমী জলবায়ুৰ অন্তৰ্গত অঞ্চল। প্ৰতি বছৰে ইয়াত প্ৰচুৰ পৰিমাণে বৰষুণ হয়। সেইবাবে ধান অসমৰ এবিধ প্ৰধান আহাৰ। ধানৰ পৰা কেৱল ভাতেই নহয় আৰু বিবিধ ধৰণৰ খোৱাবস্তু প্ৰস্তুত কৰা হয়। সেয়ে অসমীয়া মানুহৰ প্ৰধান খাদ্য ভাত।  ০ ০ ০.

You May Like:

Previous articleঅসম সাহিত্য সভা
Next articleঅসমৰ সমাজ ব্যৱস্থা 
I'm Nazmina Begum, from Noonmati Guwahati (Assam) Admin of Assamesegrammar.com

LEAVE A REPLY

Please enter your comment!
Please enter your name here