Home সাহিত্য অসমৰ  উৎসৱ-পাৰ্বন

অসমৰ  উৎসৱ-পাৰ্বন

0

অসমৰ  উৎসৱ-পাৰ্বন

অসমৰ  উৎসৱ-পাৰ্বন

অসমৰ  উৎসৱ-পাৰ্বন

অসমৰ  উৎসৱ-পাৰ্বন

বহুদিনৰ পৰা বিভিন্ন ঠাইৰ পৰা আহি বসবাস কৰা শ্ৰেণীৰ মানুহে অসমত কিছুমান উমৈহতীয়া উৎসৱ-পাৰ্বনৰ জন্ম দিছে। সময়ৰ সোঁতত এইবোৰেই অঞ্চলটোৰ ৰাইজৰ জাতীয় উৎসৱ হৈ পৰিছে। অসমৰ উৎসৱ-অনুষ্ঠানবোৰৰ পালনৰ ৰীতিৰ মাজত পাৰ্থক্য থাকিলেও প্ৰায়বোৰৰ ক্ষেত্ৰতে কম-বেছি পৰিমাণে ধৰ্মভাৱ দেখা যায়। অসমৰ উৎসৱ-অনুষ্ঠানবোৰক সামূহিকভাৱে তিনিটা ভাগত ভগাব পাৰি–ধৰ্মীয় উৎসৱ, কৃষি ভিত্তিক উৎসৱ আৰু সামাজিক অনুষ্ঠানমূলক উৎসৱ। বিহু অসমীয়াৰ জাতীয় উৎসব।   0 0 0.

You May Like:

Previous articleঅসমীয়া লোকাচাৰ
Next articleঅসম ছাত্ৰ সন্মিলন
I'm Nazmina Begum, from Noonmati Guwahati (Assam) Admin of Assamesegrammar.com

LEAVE A REPLY

Please enter your comment!
Please enter your name here