Home Quiz অসম হস্তশিল্প কুইজ । Assam Handicraft Quiz 2023

অসম হস্তশিল্প কুইজ । Assam Handicraft Quiz 2023

0

অসম হস্তশিল্প কুইজ । Assam Handicraft Quiz

অসম হস্তশিল্প কুইজ । Assam Handicraft Quizঅসম হস্তশিল্প কুইজ । Assam Handicraft Quiz

প্রশ্নঃ হস্তশিল্প বুলি ক’লে কি বুজা?

উত্তৰঃ ঘৰুৱা পৰিবেশত সাধাৰণ সঁজুলিৰ সহায়ত বস্তু বনোৱা কলাই হ’ল হস্তশিল্প।

প্রশ্নঃ গুৱাহাটীৰ আমবাৰী খনন কিয় বিখ্যাত?

উত্তৰঃ মৃৎশিল্প উদ্যোগৰ বাবে।

প্রশ্নঃ অসমৰ গৌৰৱময় সূতা কি?

উত্তৰঃ মুগা

প্রশ্নঃ অসমৰ পৰম্পৰাগত কুমাৰ জনগোষ্ঠী দুটাৰ নাম কি কি?

উত্তৰঃ কুমাৰ আৰু হীৰা।

প্রশ্নঃ অসমত কিমান প্ৰজাতিৰ বাঁহ পোৱা যায় ?

উত্তৰঃ ৫১।

প্রশ্নঃ অসমৰ সৰ্থেবাৰী কিহৰ বাবে বিখ্যাত?

উত্তৰঃ তাম-পিতলৰ সামগ্ৰীৰ বাবে।

প্রশ্নঃ বাঁহেৰে বনোৱা অসমৰ প্ৰতীক কি?

উত্তৰঃ জাপি।

প্রশ্নঃ অসমৰ এগৰাকী বিবাহিতা মহিলাই হাতত কি পিন্ধে?

উত্তৰঃ কঞ্চ খাৰু।

প্রশ্নঃ অসমীয়া সমাজত তামোল-পান আগবঢ়াবলৈ ব্যৱহাৰ কৰা পাত্ৰটোৰ নাম কি?

উত্তৰঃ শৰাই।

প্রশ্নঃ অসমীয়া ধাৰাৰ স্থানীয় নাম কি ?

উত্তৰঃ কট।

প্রশ্নঃ ‘অসমৰ তাঁতশালীয়ে তাঁতত সপোন ৰছে ’ –এই কথা কোনে কৈছিল?

উত্তৰঃ মহাত্মা গান্ধী।

প্রশ্নঃ কি সাজ-পোছাক অসমীয়া নাৰীৰ গৌৰৱ বুলি গণ্য কৰা হয়?

উত্তৰঃ মুগাৰ কাপোৰ।

প্রশ্নঃ লণ্ডনত সংৰক্ষিত অসমৰ তাঁতশালত বোৱা বৃন্দাবনী কাপোৰ কোনে বনাইছিল?

উত্তৰঃ শ্ৰী শংকৰদেৱ।

প্রশ্নঃ অসমৰ শুৱালকুছি কিয় বিখ্যাত?

উত্তৰঃ পাট আৰু মুগা বস্ত্ৰ উদ্যোগৰ বাবে।

প্রশ্নঃ কাঠত সুন্দৰ সজ্জা খোদিত কৰা শিল্পীজনক কি বোলা হয়?

উত্তৰঃ খনিকৰ । ০ ০ ০.

আমাৰ অন্যান্য কুইজ সম্ভাৰ

  1. বিশ্ব কুইজ
  2. বিবিধ বিশ্ব কুইজ-১
  3. বিবিধ বিশ্ব কুইজ-২
  4. বিবিধ বিশ্ব কুইজ-৩
  5. বিবিধ বিশ্ব কুইজ-৪
  6. বিবিধ বিশ্ব কুইজ-৫
  7. শতাব্দী কুইজ-১
  8. শতাব্দী কুইজ-২
  9. শতাব্দী কুইজ-৩
  10. শতাব্দী কুইজ-৪
  11. শতাব্দী কুইজ-৫
  12. শতাব্দী কুইজ-৬
  13. চাহ উদ্যাগ কুইজ
  14. অসমৰ যোগাযোগ কুইজ
  15. অসমৰ ধৰ্ম কুইজ
  16. অসম হস্তশিল্প কুইজ
  17. ধৰ্ম কুইজ
Previous articleচাহ উদ্যাগ কুইজ
Next articleঅসমীয়া বৰ্ণ বিভাজন। Classification of Assamese Letters 2023
I'm Nazmina Begum, from Noonmati Guwahati (Assam) Admin of Assamesegrammar.com

LEAVE A REPLY

Please enter your comment!
Please enter your name here