Home সংস্কৃতি অস্কাৰ বঁটা

অস্কাৰ বঁটা

0

অস্কাৰ বঁটা

অস্কাৰ বঁটা

 অস্কাৰ বঁটা

অস্কাৰ বঁটা হৈছে বিশ্ব চলচ্চিত্ৰৰ সৰ্বোচ্চ বঁটা। আমেৰিকাৰ ‘একাডেমী আব্‌ ম’চন পিকচাৰ আৰ্টছ এণ্ড ছায়েন্সছ’-এ প্ৰতিবছৰে বিশ্বৰ সৰ্বশ্ৰেষ্ঠ চলচ্চিত্ৰ, তথ্যচিত্ৰ, পৰিচালক, অভিনেতা, অভিনেত্ৰী, কাহিনী, চিনেমাট’গ্ৰাফী, কলা-সাজসজ্জা, প্ৰযুক্তিগত অৰিহণা আদি বহুকেইটা শিতানত অস্কাৰ বঁটা (Oscar Award) প্ৰদান কৰে। চলচ্চিত্ৰৰ গুণগত মানৰ প্ৰসাৰ ঘটোৱা আৰু চলচ্চিত্ৰ বাণিজ্যৰ খ্যাতি বঢ়োৱাই এই বঁটা প্ৰদানৰ ঘাই উদ্দেশ্য। 1927 চনত হলিউডৰ প্ৰসিদ্ধ চলচ্চিত্ৰ নিৰ্মাণ সংস্থা মেট্রো-গল্ডেন-মেয়াৰৰ’ অন্যতম কৰ্ণধাৰ লুইচ বি মেয়াৰে এই একাডেমী প্ৰতিষ্ঠা কৰে। আৰম্ভণিতে এই সংস্থাৰ সদস্য সংখ্যা আছিল 36। বৰ্তমান এই  সংখ্যা চাৰি হাজাৰৰো অধিক হৈছেগৈ। 1929 চনৰ 16 মে’ত প্ৰথমবাৰৰ বাবে অস্কাৰ বঁটা প্ৰদান সমাৰোহ অনুষ্ঠিত হৈছিল। 0 0 0.

You May Like:

Previous articleআগষ্ট
Next articleঅঘৰী। যাযাবৰ
I'm Nazmina Begum, from Noonmati Guwahati (Assam) Admin of Assamesegrammar.com

LEAVE A REPLY

Please enter your comment!
Please enter your name here