আইৰিছ সাগৰ | Irish Ocean
আইৰিছ সাগৰ
আইৰিচ সাগৰ হৈছে আয়াৰলেণ্ড আৰু গ্ৰেট ব্ৰিটেইনৰ মাজত অৱস্থিত খেন সাগৰ। ই আটলান্টিক মহাসাগৰৰ এটা অংশ। উত্তৰে উত্তৰ প্ৰণালী আৰু দক্ষিণে ছে’ণ্ট জৰ্জ প্ৰণালীয়ে ইয়াক আটলাণ্টিক মহাসাগৰৰ লগত সংযোগ কৰিছে। এই সাগৰৰ পশ্চিম উপকূলত আয়াৰলেণ্ড আৰু পূব উপকূলত স্কটলেণ্ড, ইংলেণ্ড আৰু ৱেলছ অৱস্থিত। সাগৰৰ উপকূলত অৱস্থিত প্ৰধান বন্দৰকেইটা হ’ল–ডাবলিন, লিভাৰপুল, ব্ৰিকেনহেড, হলিহেড আদি। আইল অব্ মেন আৰু এংগেলছি এই সাগৰৰ ঘাই দ্বীপ। সাগৰখনৰ কালি এক লাখ বৰ্গ কিলোমিটাৰ; সৰ্বাধিক গভীৰতা 175 মিটাৰ (567 ফুট)। 0 0 0.
আইৰিছ সাগৰ, Irish Ocean
You May Like: