Home সংস্কৃতি আউন্স

আউন্স

0

আউন্স

আউন্স

আউন্স

আউন্স (Ounce) হৈছে ওজন আৰু আয়তন পৰিমাপৰ একক বিশেষ। ই ঘাইকে ব্ৰিটিছ সম্ৰাজ্যত প্ৰচলিত যদিও এই এককৰ ব্যৱহাৰ বৰ্তমান প্ৰায় অপ্ৰচলিত। সংক্ষেপে এই একক Oz বুলি লিখা হয়। কঠিন পদাৰ্থৰ ওজনৰ ক্ষেত্ৰত এক আইন্স=প্ৰায় 28.34 গ্ৰাম আৰু তৰল পদাৰ্থৰ আয়তন পৰিমাপত 1 আউন্স=28.43 ঘন চেণ্টিমিটাৰ। 0 0 0.

You May Like:

LEAVE A REPLY

Please enter your comment!
Please enter your name here