Home ৰাজনীতি আন্তঃৰাষ্ট্ৰীয় মুদ্ৰানিধি

আন্তঃৰাষ্ট্ৰীয় মুদ্ৰানিধি

0

আন্তঃৰাষ্ট্ৰীয় মুদ্ৰানিধি

আন্তঃৰাষ্ট্ৰীয় মুদ্ৰানিধি

আন্তঃৰাষ্ট্ৰীয় মুদ্ৰানিধি (IMF) ৰাষ্ট্র সংঘৰ এটা বিশেষ সংস্থা। ১৯৪৫ চনৰ জুলাই মাহত ই এক স্বাধীন আন্তজাৰ্তিক সংস্থা হিচাপে গঠন হয়। ১৯৪৫ চনৰ ২৭ ডিচেম্বৰত ইয়াৰ স্বীকৃত ধাৰাবোৰ কাৰ্যকৰী হয়। ই ১৯৪৭ চনৰ ১ মাৰ্চৰ পৰা ই বিধিবদ্ধভাৱে কাম আৰম্ভ কৰে। ৰাষ্ট্র সংঘৰ যিকোনো সদস্য ৰাষ্ট্ৰই ইয়াৰ (IMF)ৰ সদস্য হ’ব পাৰে। এই সংস্থাই ৰাষ্ট্রসমূহৰ মাজত অৰ্থ বিনিময় কাৰ্য সম্পাদন কৰাৰ লগতে কোনো দেশৰ মুদ্ৰাৰ মূল্য নিৰ্ণয় কৰে। ইয়াৰ অনুমতি অবিহনে কোনো দেশে মুদ্ৰাৰ মূল্য সলনি কৰি নোৱাৰে। এই সংস্থাৰ মুখ্য কাৰ্যালয় আমেৰিকাৰ ৱাশ্বিংটনত অৱস্থিত। 0 0 0.

You May Like:

Previous articleআপেক্ষিক গুৰুত্ব । Relative Importance
Next articleআয়োডিন । Iodine
I'm Nazmina Begum, from Noonmati Guwahati (Assam) Admin of Assamesegrammar.com

LEAVE A REPLY

Please enter your comment!
Please enter your name here