Home ৰাজনীতি আন্তৰ্জাতিক সীমাৰেখা

আন্তৰ্জাতিক সীমাৰেখা

0

International আন্তৰ্জাতিক সীমাৰেখা Boarder Line

আন্তৰ্জাতিক সীমাৰেখা

নাম ————– মাজৰ দেশ

মেকমোহন লাইন —- ভাৰত আৰু চীন

ডুৰাণ্ড লাইন —- আফগানিস্থান আৰু পাকিস্থান

ৰেডক্লিফ লাইন —- ভাৰত আৰু পাকিস্থান

টুৱেন্টিফৰ্থ পাৰালেলে —- ভাৰত আৰু পাকিস্থান

হিণ্ডাৰবাৰ্গ লাইন —- জাৰ্মানী আৰু পোলেণ্ড

মাগিনট লাইন —- ফ্রান্স আৰু জাৰ্মানী

মেনাৰহেইম লাইন  —- ফিনলেণ্ড আৰু ৰাছিয়া

অ’ৰ্ডাৰ নেইচ লাইন —- পূৰ্ৱ জাৰ্মানী আৰু পোলেণ্ড

থাৰ্টি এইটথ পাৰালেল —- উত্তৰ কোৰিয়া আৰু দক্ষিণ কোৰিয়া

ফৰটি নাইনথ পাৰালেল —- কানাডা আৰু আমেৰিকা

ছিফৰিড লাইন —- ফ্রান্স আৰু জাৰ্মানী

চেভেনটিনথ পাৰালেল —- উত্তৰ ভিয়েটনাম আৰু দক্ষিণ ভিয়েটনাম।

You May Like:

LEAVE A REPLY

Please enter your comment!
Please enter your name here