Home বিজ্ঞান আপেক্ষিক গুৰুত্ব । Relative Importance

আপেক্ষিক গুৰুত্ব । Relative Importance

0

আপেক্ষিক গুৰুত্ব । Relative Importance

আপেক্ষিক গুৰুত্ব

কোনো পদাৰ্থৰ গুৰুত্ব, অৰ্থাৎ ওজন সমআয়তন পানীৰ ওজনৰ লগত তুলনামূলকভাৱে স্থিৰ কৰি পোৱা আনুপাতিক সংখ্যা। সোণৰ আপেক্ষিক গুৰুত্ব ১৯.৩; অৰ্থাৎ, যিকোনো আয়তনৰ সোণ সমআয়তনৰ পানীতকৈ ১৯,৩ গুণ বেছি গধূৰ।

৪ ডিগ্ৰী চেলছিয়াছ উষ্ণতাত পানীৰ গুৰুত্ব বা ওজন আটাইতকৈ বেছি হয়। সেয়ে সকলো ক্ষেত্ৰতে ৪ ডিগ্ৰী চেলছিয়াছ উষ্ণতাবিশিষ্ট পানীৰ তুলনাত পদাৰ্থৰ আপেক্ষিক গুৰুত্ব স্থিৰ কৰা হয়। 0 0 0.

You May Like:

Previous articleআমাজন । Amazon
Next articleআন্তঃৰাষ্ট্ৰীয় মুদ্ৰানিধি
I'm Nazmina Begum, from Noonmati Guwahati (Assam) Admin of Assamesegrammar.com

LEAVE A REPLY

Please enter your comment!
Please enter your name here