Home ভূগোল আমুৰ | Amur

আমুৰ | Amur

0

আমুৰ | Amur

আমুৰ

আমুৰ হৈছে উত্তৰ-পূৱ এছিয়াৰ এখন নদী। ই 4,345 কিলোমিটাৰ দীঘল। এই নদীখনৰ আধা অংশই চীন আৰু ৰাছিয়াৰ সীমান্ত নিৰ্ধাৰণ কৰিছে।

দুখন দেশৰ সীমা নিৰ্ধাৰণ কৰা ই পৃথিৱীৰ বৃহত্তম নদী। চীনাসকলে ইয়াক ‘হেই-লাং-কিয়াং’ বুলিও কয়। এই নদী ৰাছিয়াৰ দক্ষিণ সীমান্ত থকা ইয়াব্লনই পাৰ্বত্য অঞ্চলৰ পৰা উৎপত্তি হৈছে আৰু উত্তৰ-পূৱ চীন আৰু পূব ছাইবেৰিয়াৰ মাজেৰে প্ৰৱাহিত এই নদীখন ৰাছিয়াৰ পূৱৰ ছাখালিন দ্বীপৰ ওচৰত ওখটস্ক সাগৰত পৰিছে।

আৰগুণ আৰু উছুৰি আমুৰৰ প্ৰধান উপনৈ। ৰাছিয়া আৰু চীন–এই দুয়োখন দেশৰ জলপৰিহণ আৰু জলবিদ্যুৎ উৎপাদনত নদীখনে বিশেষ অৰিহণা যোগাইছে। নদীখনৰ অৱবাহিকা অঞ্চলৰ কালি প্ৰায় 18,44,065 বৰ্গ কিলোমিটাৰ। 0 0 0.

You May Like:

Previous articleআৰব উপদ্বীপ | Arabian Peninsula
Next articleআমাজন । Amazon
I'm Nazmina Begum, from Noonmati Guwahati (Assam) Admin of Assamesegrammar.com

LEAVE A REPLY

Please enter your comment!
Please enter your name here