Home বিবিধ ইউফ্ৰেটিছ । Euphrates

ইউফ্ৰেটিছ । Euphrates

0

ইউফ্ৰেটিছ । Euphrates

ইউফ্ৰেটিছ

ইউফ্ৰেটিছ । Euphrates

ইউফ্রেটিছ হৈছে দক্ষিণ-পশ্চিম এছিয়াৰ দীৰ্ঘতম নদী। পূব তুৰস্কৰ আৰ্মেনিয়াৰ মালভূমি অঞ্চলত উৎপত্তি হোৱা এই নদী ছিৰিয়া আৰু ইৰাকৰ মাজেৰে বৈ গৈ টাইগ্ৰিছ নদীত পৰিছে।

ইয়াৰ পাছত ইউফ্ৰেটিছ টাইগ্ৰিছ মিলিত ধাৰাই শ্বাট-অল-আৰব নামেৰে দক্ষিণৰ পাৰস্য উপসাগৰত পৰিছেগৈ। নদীখনৰ উত্তৰাংশত প্ৰবল সোঁত আৰু দক্ষিণ অংশ অগভীৰ হোৱা বাবে নৌ পৰিবহণৰ বাবে উপযোগী নহয়।

কাৰা আৰু মুৰাদ ইউফ্ৰেটিছ নদীৰ প্ৰধান উপনদী। ১,৭৪০ কিলোমিটাৰ দীঘল ইউফ্ৰেটিছ নদী বহু প্ৰাচীন সভ্যতাৰ সাক্ষী। এই নদীৰ অৱবাহিকা অঞ্চলতে বেবিলনীয় সভ্যতা গঢ়ি উঠিছিল। 0 0 0.

You May Like: ই-কমার্স

Previous articleইউৰোপিয়ান ইউনিয়ন  । European  Union
Next articleইউগ্লেনা । Euglena
I'm Nazmina Begum, from Noonmati Guwahati (Assam) Admin of Assamesegrammar.com

LEAVE A REPLY

Please enter your comment!
Please enter your name here