Home বিবিধ ইউৰেনিয়াম । Uranium

ইউৰেনিয়াম । Uranium

0

ইউৰেনিয়াম । Uranium

ইউৰেনিয়াম । Uranium

ইউৰেনিয়াম । Uranium 

ইউৰেনিয়াম হৈছে প্ৰকৃতিত পোৱা এবিধ  বগা, কঠিন, তেজক্ৰিয় ধাতৱ মৌল। ‘পিচব্লেণ্ড’ নামৰ এক খনিজ পদাৰ্থৰ পৰা ইয়াক পৃথক কৰা হয়।

দীৰ্ঘস্থায়ী তেজক্ৰিয়তা ইউৰেনিয়ামৰ ভৌতিক বৈশিষ্ট্য।  ৰেডিয়াম ধাতু ইয়াৰ তেজক্ৰিয় পৰ্যায়ৰ অন্তৰ্গত।  বিশুদ্ধ অৱস্থাত ইউৰেনিয়াম ঈষৎ নীলা বগা। সাধাৰণ উষ্ণতা আৰু শুকান বায়ুত ই সুস্থিৰ।

ইউৰেনিয়ামৰ গুড়ি বতাহৰ সংস্পৰ্শলৈ আহিলে জ্বলি উঠে। সাধাৰণ উষ্ণতাত ই পানীত লাহে লাহে বিয়োজিত হয়। পৃথিৱীৰ বয়স নিৰূপণতো ইউৰেনিয়াম ব্যৱহাৰ কৰা হৈছে।

ইউৰেনিয়ামে ৰশ্মি নিৰ্গত কৰি কৰি ক্ৰমশঃ সীহত পৰিণত হয়। হিচাপ কৰি দেখা গৈছে যে ১০০ গ্ৰাম ইউৰেনিয়াম এক গ্ৰাম সীহত পৰিণত হ’বলৈ সময় লাগে ৯ কোটি বছৰ। ইয়াৰ পৰাই হিচাপ কৰি পৃথিৱীৰ বয়স উলিওৱা হৈছে। 0 0 0.

আপুনি ভাল পাব পাৰে: ইলেকট্রনিক ভোটিং মেছিন 

Previous articleইউনিচেফ । UNICEF
Next articleইউৰোপিয়ান ইউনিয়ন  । European  Union
I'm Nazmina Begum, from Noonmati Guwahati (Assam) Admin of Assamesegrammar.com

LEAVE A REPLY

Please enter your comment!
Please enter your name here