Home বিবিধ ইগুৱানা । Iguana

ইগুৱানা । Iguana

0

ইগুৱানা । Iguana

ইগুৱানা । Iguana

ইগুৱানা । Iguana 

ইগুৱানা এক প্ৰকাৰৰ সৰীসৃপজাতীয় প্ৰাণী। ইকুৱেডৰ গালাপাগোছ দ্বীপপুঞ্জ, দক্ষিণ আমেৰিকা আৰু মালাগাছিত এইবিধ প্ৰাণী পোৱা যায়।

পিঠিত ফণিৰ দৰে এশাৰী কাঁইট থকা ইগুৱানাবোৰ প্ৰায় ৭ চেণ্টিমিটাৰৰ পৰা ২ মিটাৰ পৰ্যন্ত দীঘল হয়। কোনো কোনো ইগুৱানা নাকৰ আগত গঁড়ৰ দৰে এটা বা একাধিক খৰ্গ থাকে।

দেখাত ডাঙৰ জেঠী এটাৰ দৰে এইবিধ প্ৰাণীৰ মাংস আমেৰিকাৰ কোনো কোনো ঠাইৰ মানুহৰ প্ৰিয় খাদ্য। প্ৰাচীন ডাইন’ছ’ৰৰ আকৃতিৰ লগত ভালেখিনি সাদৃশ্য থকা বাবে ইহঁতৰ ফটো তুলি সেই ফটো বহুগুণে ডাঙৰ কৰি চলচ্চিত্ৰত কেতিয়াবা ডাইন’ছ’ৰ বুলি দেখুওৱা হয়।

ইগুৱানাই সাধাৰণতে গছ বা মাটিত বাস কৰে যদিও ইকুৱেডৰৰ গালাপাগোছ দ্বীপৰ ইগুৱানাবোৰ বেছিভাগ সময় পানীৰ তলতে থাকে।  0 0 0.

আপুনি ভাল পাব পাৰে: ইলেকট্রনিক ভোটিং মেছিন 

Previous articleইঞ্জিন । Engine 
Next articleঈদ। Ed
I'm Nazmina Begum, from Noonmati Guwahati (Assam) Admin of Assamesegrammar.com

LEAVE A REPLY

Please enter your comment!
Please enter your name here