Home বিবিধ ইলিয়াড। Iliad

ইলিয়াড। Iliad

0

ইলিয়াড। Iliad

ইলিয়াড। Iliad

ইলিয়াড। Iliad

গ্ৰীক কবি হোমাৰে ৰচনা কৰা এখন মহাকাব্য হ’ল ‘ইলিয়াড’। হোমাৰৰ জন্মৰ আগতে গ্ৰীচৰ লগত ট্ৰয় নগৰৰ বহুদিন যুদ্ধ হৈ্‌ছিল। হোমাৰৰ সময়ত এই যুদ্ধৰ কাহিনী মানুহৰ মুখে মুখে প্ৰচলিত আছিল। এই যুদ্ধৰ কাহিনীকে অপূৰ্ব ছন্দত গাঁথি হোমাৰে ৰচনা কৰে ‘ইলিয়াড’ আৰু ‘অ’ডিছি’ নামৰ মহাকাব্য দুখন। মহাকাব্য দুখন পৰস্পৰ পৰিপূৰক। 

প্ৰায় তিনি হাজাৰ বছৰৰ আগতে গ্ৰীচত এই গ্ৰন্থখন লিখা হৈছিল। ইলিয়াড গ্ৰন্থত উল্লেখ কৰা ট্ৰয় চহৰক ‘ইলিয়াম’ বুলি জনা গৈছিল। 0 0 0.

আপুনি ভাল পাব পাৰে: ইহুদী

Previous articleইলেকট্ৰন । Electron 2023
Next articleউগাণ্ডা । Uganda 2023
I'm Nazmina Begum, from Noonmati Guwahati (Assam) Admin of Assamesegrammar.com

LEAVE A REPLY

Please enter your comment!
Please enter your name here