Home বিবিধ ইলেকট্ৰনিক্‌ছ । Electronics 2023

ইলেকট্ৰনিক্‌ছ । Electronics 2023

0

ইলেকট্ৰনিক্‌ছ । Electronics

ইলেকট্ৰনিক্‌ছ । Electronics

ইলেকট্ৰনিক্‌ছ । Electronics 

পদাৰ্থ বিজ্ঞান আৰু প্ৰযুক্তিৰ এটা শাখা হ’ল ইলেকট্ৰনিক্‌ছ  (Electronics)। ই ইলেকট্ৰনৰ ধৰ্ম আৰু গতিবিধি অধ্যয়ন কৰে। আধুনিক বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ যি শাখাত বায়ুশূন্য মাধ্যম, গেছীয় মাধ্যম বা অৰ্ধ-পৰিবাহী মাধ্যমত ইলেকট্ৰনৰ প্ৰবাহ তথা গতি-প্ৰকৃতি সম্পৰ্কে পৰীক্ষা-নিৰীক্ষা-গৱেষণা কৰা হয়, সেই শাখাকেই ইলেকট্ৰনিক্‌ছ বোলা হয়। ইলেকট্ৰনৰ পৰাই ইলেকট্ৰনিক্‌ছৰ জন্ম। ৰেডিঅ’, টেলিভিছন, কেলকুলেটৰ, টেপৰেকৰ্ডাৰ, কম্পেক্ট ডিস্ক, কম্পিউটাৰ আদি বিভিন্ন ইলেকট্ৰনিক যন্ত্ৰৰ উদাহৰণ।  0 0 0.

আপুনি ভাল পাব পাৰে: ইহুদী

LEAVE A REPLY

Please enter your comment!
Please enter your name here