Home বিবিধ ইলেকট্ৰনিক ভোটিং মেচিন । EVM 2023

ইলেকট্ৰনিক ভোটিং মেচিন । EVM 2023

0

ইলেকট্ৰনিক ভোটিং মেচিন । EVM

ইলেকট্ৰনিক ভোটিং মেচিন । EVM

ইলেকট্ৰনিক ভোটিং মেচিন । EVM

ইলেকট্ৰনিক ভোটিং মেচিন (EVM) হৈছে ভোটদান কৰাৰ অত্যাধুনিক ইলেকট্ৰনিক আহিল।

এই মেচিনত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা সকলো প্ৰাৰ্থীৰে নাম আৰু প্ৰতীক চিহ্ন এফালে দিয়া থাকে আৰু তাৰ বিপৰীতে থাকে একোটাকৈ নীলা বুটাম।

ভোটাৰে যিজন প্ৰাৰ্থীক ভোট দিবলৈ ইচ্ছা কৰে, তেওঁৰ নামৰ (আৰু প্ৰতীকৰ) বিপৰীতে থকা নীলা বুটামটো টিপি দিব লাগে । তেতিয়া এটা ৰঙা লাইট জ্বলিব আৰু এটা সৰু শব্দও হ’ব। অৰ্থাৎ, সেই ভোটটো দিয়া হৈ গ’ল।  0 0 0.

আপুনি ভাল পাব পাৰে: ইহুদী  

Previous articleইলোৰা । Ellora
Next articleশতাব্দী কুইজ-৩
I'm Nazmina Begum, from Noonmati Guwahati (Assam) Admin of Assamesegrammar.com

LEAVE A REPLY

Please enter your comment!
Please enter your name here