Home বিবিধ ইলেকট্ৰন । Electron 2023

ইলেকট্ৰন । Electron 2023

0

ইলেকট্ৰন । Electron

ইলেকট্ৰন । Electron

ইলেকট্ৰন । Electron

ইলেক্ট্রন হৈছে পৰমাণু গঠনকাৰী অতি ক্ষুদ্ৰ বিদ্যুৎ কণা। 1897 চনত ইংৰাজ বিজ্ঞানী জে জে থমছনে ইয়াক আৱিষ্কাৰ কৰে।

ঋণাত্মক আধানবিশিষ্ট এইবিধ কণা পৰমাণু কেন্দ্ৰৰ চৌদিশে বিভিন্ন কক্ষপথত দ্ৰুতবেগেৰে পৰিভ্ৰমণ কৰি থাকে। আমি যাক বিদ্যুৎ প্ৰৱাহ বুলি কওঁ, সেয়া দৰাচলতে ইলেকট্ৰনৰ সোঁতৰ বাহিৰে আন একো নহয়।

পৃথিৱীৰ আটাইতকৈ পাতল আৰু ক্ষুদ্ৰ মৌল হাইড্ৰজেনতকৈও ই প্ৰায় 2,000 গুণ সৰু। প্ৰত্যেক মৌলিক পদাৰ্থৰ মাজতেই ইলেকট্ৰন আছে। মৌলিক পদাৰ্থৰ যি ক্ষুদ্ৰতম কণাই ৰাসায়নিক বিক্ৰিয়াত অংশ লয়, তাৰ নাম ‘পৰমাণু’।

পৰমাণু ভাঙিলে ইয়াতকৈও সৰু তিনিবিধ কণা পোৱা যায়– ইলেকট্ৰন, প্ৰ’টন আৰু নিউট্ৰন। প্ৰ’টন আৰু নিউট্ৰন কণা থাকে পৰমাণুৰ কেন্দ্ৰত।  0 0 0.

আপুনি ভাল পাব পাৰে: ইহুদী

Previous articleইলেকট্ৰনিক্‌ছ । Electronics 2023
Next articleইলিয়াড। Iliad
I'm Nazmina Begum, from Noonmati Guwahati (Assam) Admin of Assamesegrammar.com

LEAVE A REPLY

Please enter your comment!
Please enter your name here