Home বিবিধ ইলোৰা । Ellora

ইলোৰা । Ellora

0

ইলোৰা । Ellora

ইলোৰা । Ellora

ইলোৰা । Ellora

মহাৰাষ্ট্রৰ ঔৰাংবাদ জিলাত অৱস্থিত প্ৰাচীন শিল্পকলাৰ বিখ্যাত সৰু পাহাৰ। পাহাৰটোৰ বিভিন্ন অংশত পঞ্চাছটাৰো অধিক গুহাত হিন্দু, বৌদ্ধ আৰু জৈনসকলৰ দেৱমূৰ্তি আৰু অন্যান্য শিল্পকলা সংৰক্ষিত হৈ আছে। প্ৰায় ১.৬ কিলোমিটাৰ বিস্তৃত এই গুহাবোৰত প্ৰস্তৰ আৰু তাম্ৰযুগৰ নানা অস্ত্ৰ-শস্ত্ৰও পোৱা গৈছে।

ইয়ে প্ৰমাণ কৰে যে প্ৰগৈতাহাসিক কালতো ইয়াত সভ্য জনবসতি আছিল। ইলোৰাৰ শিল্পকলা ধৰ্মীয় সহনশীলতাৰ উজ্জ্বল নিৰ্দশন। ইয়াৰ ভাস্কৰ্য আৰু শিল্পকলা অষ্ট-দ্বাদশ শতিকাৰ মধ্যৱৰ্তীকালৰ সৃষ্টি বুলি ঠাৱৰ কৰা হৈছে। পাহাৰটোৰ পাৰ্শ্বৱৰ্তী গাঁৱৰ নামেৰেই পাহাৰটোৰো নামকৰণ হৈছে আৰু ইয়ালৈ ঔৰংগাবাদ চহৰৰ পৰা দূৰত্ব প্ৰায় ৪৪ কিলোমিটাৰ।  0 0 0.

আপুনি ভাল পাব পাৰে: ঈদ 

Previous articleইষ্ট। Ist 
Next articleইলেকট্ৰনিক ভোটিং মেচিন । EVM 2023
I'm Nazmina Begum, from Noonmati Guwahati (Assam) Admin of Assamesegrammar.com

LEAVE A REPLY

Please enter your comment!
Please enter your name here