Home বিবিধ ই-কমাৰ্চ । E-Commerce

ই-কমাৰ্চ । E-Commerce

0

ই-কমাৰ্চ । E-Commerce

ই-কমাৰ্চ । E-Commerce

ই-কমাৰ্চ । E-Commerce

ই-কমাৰ্চ হ’ল বৈদ্যুতিক বা ইলেকট্ৰনিক ব্যৱস্থাৰ সহায়ত তথ্য আদান-প্ৰদান যোগিদে কৰা বাণিজ্যিক লেন-দেন। ইয়াৰ দ্বাৰা কম্পিউটাৰৰ সহায়ত ঘৰতে বহি কোনো বস্তু ক্ৰয় কৰিব পাৰি।

ই-কমাৰ্চ ধাৰণাটো উদ্ভৱ হৈছিল কুৰি শতিকাৰ ত্ৰিশৰ দশকত। স্কটলেণ্ডৰ এজন অধ্যাপক ৰোনাল্ড ক’ছে তেওঁৰ এক গৱেষণা পত্ৰত ই-কমাৰ্চ ধাৰণাটো দাঙি ধৰিছিল। ইয়াৰ বাবে তেওঁ ১৯৯১ চনত অৰ্থনীতিত নোবেল বঁটা লাভ কৰে। ৰোনাল্ড ক’ছকে আধুনিক ই-কমাৰ্চৰ জনকৰূপে আখ্যা দিয়া হয়।  0 0 0.

ই-কমাৰ্চ, E-Commerce

আপুনি ভাল পাব পাৰে: ইলেকট্রনিক ভোটিং মেছিন 

Previous articleশতাব্দী কুইজ-৩
Next articleইক’ল’জি। Ecology
I'm Nazmina Begum, from Noonmati Guwahati (Assam) Admin of Assamesegrammar.com

LEAVE A REPLY

Please enter your comment!
Please enter your name here