ঈদ। Ed
ঈদ। Ed
ঈদ মুছলমানসকলৰ পৱিত্ৰ উৎসৱ। ঈদ শব্দটো মূলতঃ আৰবী ভাষাৰ। ইয়াৰ অৰ্থ আনন্দ ।
ইয়াৰ আন এক অৰ্থ হ’ল ‘উভতি অহা’; অৰ্থাৎ, যি উৎসৱৰ দিন বা অনুষ্ঠান প্ৰতি বছৰে ঘূৰি ঘূৰি আহে আৰু ন্যায়, নীতি আৰু ধৰ্মচেতনা সঞ্চাৰ কৰে সিয়েই ঈদ।
ঈদ উৎসৱক সংহতি বা সমন্বয়ৰ প্ৰতীক বুলি কোৱা হয়। এই উৎসৱত মুছলমানসকলে দুখীয়া-দৰিদ্ৰ মানুহক দান-দক্ষিণা দিয়ে আৰু সকলোৱে মিলি পৱিত্ৰ মনেৰে আল্লাহৰ ওচৰত দোৱা ভিক্ষা কৰে। বছৰেকত ঈদ দুটাঃ ঈদ-উল ফিতৰ আৰু ঈদ-উদ- আজহা। 0 0 0.