Home বিবিধ উদান্তপুৰৰ বিশ্ববিদ্যালয় | Odantapur University

উদান্তপুৰৰ বিশ্ববিদ্যালয় | Odantapur University

0

উদান্তপুৰৰ বিশ্ববিদ্যালয় | Odantapur University

উদান্তপুৰৰ বিশ্ববিদ্যালয়

উদান্তপুৰৰ বিশ্ববিদ্যালয় | Odantapur University

উদান্তপুৰৰ বিশ্ববিদ্যালয় প্ৰাচীন ভাৰতৰ বিশ্ববিদ্যালয়সমূহৰ এক অন্যতম বিশ্ববিদ্যালয় আছিল। এই বিশ্ববিদ্যালয়খন খ্ৰীষ্টীয় ৮ম শতাব্দীত বিশেষ খ্যাতি লাভ কৰে। এই বিশ্ববিদ্যালয়ৰ এটা বহুমূলীয়া পুথিভঁৰাল আছিল, যাক মুছলমানবিলাকে ১২০২ খ্ৰীষ্টাব্দত ধবংস কৰে।  0 0 0.

আপুনি ভাল পাব পাৰে: ইলেকট্রনিক ভোটিং মেছিন 

Previous articleগণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ বাতৰি কাকত
Next articleইউনেস্কো । UNESCO
I'm Nazmina Begum, from Noonmati Guwahati (Assam) Admin of Assamesegrammar.com

LEAVE A REPLY

Please enter your comment!
Please enter your name here