Home সংস্কৃতি গুৰুত্বপূর্ণ সপ্তাহসমূহ

গুৰুত্বপূর্ণ সপ্তাহসমূহ

0

গুৰুত্বপূর্ণ সপ্তাহসমূহ

গুৰুত্বপূর্ণ সপ্তাহসমূহ, Important Weeks

গুৰুত্বপূর্ণ সপ্তাহসমূহ, Important Weeks

গুৰুত্বপূর্ণ সপ্তাহসমূহ 

তাৰিখ আৰু মাহ —– বিষয়

09-11  জানুৱাৰী — প্ৰবাসী ভাৰতীয় সপ্তাহ

20-25  জানুৱাৰী — জাতীয় পৰ্যটক সপ্তাহ দিৱস

10-16  এপ্ৰিল — জাতীয় ৰেলসেৱা সপ্তাহ

14-20 এপ্ৰিল — অগ্নি নিৰ্বাপক সেৱা সপ্তাহ

01-07 আগষ্ট — বিশ্ব মাতৃ দুগ্ধ পান সপ্তাহ

01-07 আগষ্ট — জাতীয় পুষ্টি সপ্তাহ

09-15 অক্তোবৰ — জাতীয় ডাক সপ্তাহ

02-08 নভেম্বৰ — জাতীয় বন্য প্ৰাণী সপ্তাহ

14-20 নভেম্বৰ — জাতীয় গ্ৰন্থ সপ্তাহ

18-24 নভেম্বৰ — জাতীয় ফাৰ্মাচী সপ্তাহ

19-25 নভেম্বৰ — সাম্প্ৰদায়িক সংহতি সপ্তাহ। ০ ০ ০

গুৰুত্বপূর্ণ সপ্তাহসমূহ, Important Weeks

You May Like:

LEAVE A REPLY

Please enter your comment!
Please enter your name here