Home Quiz ধৰ্ম কুইজ | Religion Quiz in Assamese 2024

ধৰ্ম কুইজ | Religion Quiz in Assamese 2024

0

ধৰ্ম কুইজ Religion Quiz in Assamese

ধৰ্ম কুইজ | Religion Quiz in Assamese 2024

প্রশ্নঃ ভাৰতৰ পুৰণি ধর্মটো কি?

উত্তৰঃ হিন্দু ধৰ্ম।

প্রশ্নঃ ভাৰতত দিলোৱাৰা মন্দিৰ ক’ত অৱস্থিত?

উত্তৰঃ আবু পৰ্বত।

প্রশ্নঃ ভাৰতৰ সূৰ্য্য মন্দিৰ ক’ত অৱস্থিত?

উত্তৰঃ কোনাৰ্কত।

প্রশ্নঃ ভাৰতৰ আটাইতকৈ পুৰণি গীর্জা ক’ত অৱস্থিত?

উত্তৰঃ কেৰেলাৰ পালায়ুৰত।

প্রশ্নঃ ভাৰতৰ ইহুদীসকলৰ আটাইতকৈ পুৰণি উপাসনাঘৰটো ক’ত?

উত্তৰঃ কেৰেলাৰ কোঁচীত।

প্রশ্নঃ এছিয়াৰ আটাইতকৈ ডাঙৰ বৌদ্ধ মঠটো ক’ত অৱস্থিত?

উত্তৰঃ অৰুণাচল প্ৰদেশৰ টাৱাঙত।

প্রশ্নঃ ভাৰতত ক’ত সৰ্বাধিক মন্দিৰ আছে?

উত্তৰঃ হিমাচল প্ৰদেশত।

প্রশ্নঃ ভাৰতৰ কোনখন ঠাই স্নান, বিশ্ববিদ্যালয়, ৰেচম কাপোৰৰ বাবে বিখ্যাত?

উত্তৰঃ বাৰাণসী।

প্রশ্নঃ ভাৰতৰ জাতীয় উৎসৱ বুলি কোনটো উৎসৱ বুলি গণ্য কৰা হয়?

উত্তৰঃ দুৰ্গোৎসৱ।

প্রশ্নঃ নিম্ন অসমত দৌল মহোৎসৱক কি বুলি কোৱা হয়?

উত্তৰঃ হোলী উৎসৱ।

প্রশ্নঃ ভাৰতত উৎপত্তি হোৱা ধর্ম দুটাৰ নাম কি কি?

উত্তৰঃ জৈন ধৰ্ম আৰু শিখ ধৰ্ম।

প্রশ্নঃ শংকৰদেৱৰ জন্ম দিৱস কেতিয়া পালন কৰা হয়?

উত্তৰঃ আহিন মাহ পূৰ্ণিমাৰ দিনা।

প্রশ্নঃ বিখ্যাত লিংগৰাজ মন্দিৰ ক’ত অৱস্থিত?

উত্তৰঃ ভুৱনেশ্বৰত।

প্রশ্নঃ মীনাক্ষী মন্দিৰ ক’ত অৱস্থিত?

উত্তৰঃ মাদুৰাইত।

প্রশ্নঃ ভাৰতৰ আটাইতকৈ ডাঙৰ মছজিদ কোনটো?

উত্তৰঃ দিল্লীৰ জামা মছজিদ।

প্রশ্নঃ ভাৰতৰ আটাইতকৈ ডাঙৰ গুৰুদ্বাৰটো ক’ত অৱস্থিত?

উত্তৰঃ অমৃতসৰ, পঞ্জাৱ।

প্রশ্নঃ বিশ্বৰ প্ৰথমটো গ্ৰেনাইট মন্দিৰ ক’ত অৱস্থিত?

উত্তৰঃ তামিলনাডুৰ থাঞ্জাৱুৰত থকা বৃহদেৱৰ মন্দিৰ।

প্রশ্নঃ ভাৰতৰ আটাইতকৈ দীঘল স্তম্ভ মন্দিৰ কোনটো?

উত্তৰঃ তামিলনাডুৰ ৰামেশ্বৰমস্থিত ৰমানাথন স্বামী মন্দিৰ।

প্রশ্নঃ পদ্মপুৰাণত কিমান শ্লোক আছে?

উত্তৰঃ পঞ্চাশ হাজাৰ।

প্রশ্নঃ মাৰ্কণ্ডেয় পুৰাণত শ্লোকৰ সংখ্যা কিমান?

উত্তৰঃ ন হাজাৰ।

প্রশ্নঃ জগন্নাথ মন্দিৰ ক’ত অৱস্থিত ?

উত্তৰঃ পুৰী।

প্রশ্নঃ কৃষ্ণৰ জন্ম হোৱা ঠাইখনৰ নাম কি?

উত্তৰঃ মথুৰা।

প্রশ্নঃ ভাৰতৰ আটাইতকৈ ডাঙৰ গুহা মন্দিৰটো ক’ত অৱস্থিত?

উত্তৰঃ মহাৰাষ্ট্ৰৰ কাৰ্লি গাঁৱত।

প্রশ্নঃ বাৰাণসী ক’ত অৱস্থিত?

উত্তৰঃ উত্তৰ প্ৰদেশত।

প্রশ্নঃ উজ্জয়িন ক’ত অৱস্থিত?

উত্তৰঃ মধ্যপ্ৰদেশত।

প্রশ্নঃ শ্ৰীৰাংগম মন্দিৰ ক’ত অৱস্থিত?

উত্তৰঃ তামিলনাডুৰ তিৰুচিৰাপল্লীত।

প্রশ্নঃ জৈনসকলৰ শিখৰজী মন্দিৰ ক’ত অৱস্থিত?

উত্তৰঃ বিহাৰত।

প্রশ্নঃ ৰামেশ্বৰম মন্দিৰ ক’ত অৱস্থিত?

উত্তৰঃ তামিলনাডু।

প্রশ্নঃ মীনাক্ষী মন্দিৰ ক’ত অৱস্থিত ?

উত্তৰঃ তামিলনাডুৰ মাদুৰাইত।

প্রশ্নঃ মহাকলা মন্দিৰ ক’ত অৱস্থিত?

উত্তৰঃ উজ্জয়িনী।

প্রশ্নঃ কামাখ্যা মন্দিৰ ক’ত অৱস্থিত?

উত্তৰঃ নীলাচল পাহাৰত (অসম)।

প্রশ্নঃ মহাবলীপুৰম মন্দিৰ ক’ত অৱস্থিত?

উত্তৰঃ মহাবলীপুৰমত।

প্রশ্নঃ কেদাৰনাথ মন্দিৰ ক’ত অৱস্থিত?

উত্তৰঃ উত্তৰাখণ্ডত।

প্রশ্নঃ বদ্ৰীনাথ মন্দিৰ ক’ত অৱস্থিত?

উত্তৰঃ উত্তৰাখণ্ডত।

প্রশ্নঃ অমৰনাথ মন্দিৰ ক’ত অৱস্থিত?

উত্তৰঃ কাশ্মীৰত।

প্রশ্নঃ অযোধ্যা ক’ত অৱস্থিত?

উত্তৰঃ উত্তৰ প্ৰদেশত।

প্রশ্নঃ বৌদ্ধ ধৰ্মৰ প্রবর্তক  কোন?

উত্তৰঃ গৌতম বুদ্ধ।

প্রশ্নঃ বুদ্ধৰ জন্ম কিমান চনত হৈছিল?

উত্তৰঃ ৫৬৩ খ্ৰীষ্টপূৰ্ব।

প্রশ্নঃ তিৰুপতি মন্দিৰ ক’ত অৱস্থিত?

উত্তৰঃ অন্ধ্ৰ প্ৰদেশত।

প্রশ্নঃ ভাৰতৰ উত্তৰ-পূবত ধৰ্মীয় জাগৰণ সৃষ্টি কৰা মহাপুৰুষজনৰ নাম কি?

উত্তৰঃ শ্ৰী শংকৰদেৱ।

প্রশ্নঃ বিশ্বৰ সৰ্ববৃহৎ কবিতা পুথিখনৰ নাম কি?

উত্তৰঃ মহাভাৰত।

প্রশ্নঃ কোনজন সাধুই ‘গায়ত্ৰী মন্ত্ৰ’ ৰচনা কৰিছিল?

উত্তৰঃ বিশ্ব মিত্ৰ।

প্রশ্নঃ আটাইতকৈ পুৰণি বেদ কোনখন?

উত্তৰঃ ঋগ বেদ।

প্রশ্নঃ মূল পুৰাণৰ সংখ্যা কিমান?

উত্তৰঃ ১৮ .

প্রশ্নঃ মহাভাৰত কোনে লিখিছিল?

উত্তৰঃ ব্যাসদেৱ।

প্রশ্নঃ ইছলামৰ উৎপত্তিকাৰী কোন?

উত্তৰঃ হজৰত মহম্মদ।

প্রশ্নঃ ইছলামৰ মূল ধৰ্মীয় উৎসৱ কি?

উত্তৰঃ ঈদ।

প্রশ্নঃ ভাৰত ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰ নে?

উত্তৰঃ হয়।

প্রশ্নঃ যি বৃক্ষৰ তলত বুদ্ধই ধ্যান কৰি পৰম জ্ঞান লাভ কৰিছিল, তাৰ নাম কি?

উত্তৰঃ বোধিদ্ৰম।

প্রশ্নঃ বুদ্ধৰ জন্ম ক’ত হৈছিল?

উত্তৰঃ নেপালৰ কপিলাবস্তু নামৰ ঠাইত।

প্রশ্নঃ বুদ্ধই তেওঁৰ ধৰ্মবাণী প্ৰথম ক’ত প্ৰচাৰ কৰিছিল?

উত্তৰঃ সৰনাথত।

প্ৰশ্ন: ভাৰতীয় কোনজন ধৰ্ম প্রবর্তকক ‘এচিয়াৰ পোহৰ’ নামেৰে জনাজাত?

উত্তৰঃ বুদ্ধ।

প্রশ্নঃ কাঞ্চ মন্দিৰ ক’ত অৱস্থিত?

উত্তৰঃ ইন্দোৰত।

প্রশ্নঃ কৈলাশনাথ মন্দিৰ ক’ত অৱস্থিত ?

উত্তৰঃ কাঞ্চিপুৰমত।

প্রশ্নঃ শিখসকলৰ স্বর্ণ মন্দিৰ ক’ত অৱস্থিত?

উত্তৰঃ পঞ্জাৱৰ অমৃতসৰত।

প্রশ্নঃ বৌদ্ধ ধৰ্মৰ শাস্ত্ৰৰ নাম কি ?

উত্তৰঃ ত্ৰি-পিতক।

প্রশ্নঃ বৌদ্ধ ধৰ্মৰ মূল দুটা পন্থা কি কি?

উত্তৰঃ মহাযান আৰু হিনায়ন।

প্রশ্নঃ হিন্দু ধৰ্মৰ উৎপত্তি কেতিয়া হৈছিল?

উত্তৰঃ প্ৰায় ১৫০০ খ্ৰীষ্টপূৰ্ব।

প্রশ্নঃ জৈন ধৰ্মৰ উৎপত্তিকাৰী কোন?

উত্তৰঃ মহাবীৰ জৈন।

প্রশ্নঃ শিখ ধৰ্মৰ উৎপত্তিকাৰী কোন?

উত্তৰঃ গুৰু নানক।

প্রশ্নঃ গুৰু নানকৰ জন্ম কেতিয়া হৈছিল?

উত্তৰঃ ১৪৬৯ চন।

প্রশ্নঃ শিখ শাস্ত্ৰৰ নাম কি ?

উত্তৰঃ গুৰু গ্ৰন্থ চাহাব।

প্রশ্নঃ সকলো শিখৰ পবিত্ৰ তীৰ্থস্থান ক’ত?

উত্তৰঃ পঞ্জাৱৰ অমৃতশ্বৰ।

প্রশ্নঃ মূল হিন্দু ধৰ্মৰ গ্ৰন্থসমূহ কি কি?

উত্তৰঃ হিন্দু ধৰ্মৰ মূল চাৰিটা গ্ৰন্থ আছে, সেইবোৰ হ’ল ঋকবেদ, জাজুৰবেদ, সামবেদ আৰু অথৰ্ববেদ।

প্রশ্নঃ চাৰিটা বেদৰ সাৰমৰ্ম লৈ লিখা জনপ্ৰিয় হিন্দু শাস্ত্ৰৰ নাম কি?

উত্তৰঃ ভাগৱত গীতা।

প্রশ্নঃ হিন্দু ধৰ্মৰ লগত বিশ্বৰ কোনটো ধৰ্মৰ ওতঃপ্ৰোত সম্পৰ্ক আছে?

উত্তৰঃ জুৰস্টাৰ ধৰ্ম।

প্রশ্নঃ ২০০১ চনৰ লোকপিয়ল অনুসৰি ভাৰতৰ জনসংখ্যাৰ কিমান শতাংশ জৈন?

উত্তৰঃ ০.৪%।

প্রশ্নঃ ২০০১ চনৰ লোকপিয়ল অনুসৰি ভাৰতৰ জনসংখ্যাৰ কিমান শতাংশ হিন্দু?

উত্তৰঃ ৮০.৫%. ০ ০ ০।

প্রশ্নঃ ২০০১ চনৰ লোকপিয়ল অনুসৰি ভাৰতৰ জনসংখ্যাৰ কিমান শতাংশ শিখ?

উত্তৰঃ ১.৯%।

প্রশ্নঃ ২০০১ চনৰ লোকপিয়ল অনুসৰি ভাৰতৰ জনসংখ্যাৰ কিমান শতাংশ বৌদ্ধ?

উত্তৰঃ ০.৮%।

প্রশ্নঃ ২০০১ চনৰ লোকপিয়ল অনুসৰি ভাৰতৰ জনসংখ্যাৰ কিমান শতাংশ মুছলমান?

উত্তৰঃ ১৩.৪%।

প্রশ্নঃ ভাৰতৰ সাধুসকলৰ ভিতৰত কোন জনক ‘হিন্দুসকলৰ গুৰু’ আৰু ‘মুছলমানসকলৰ পীৰ’ বুলি গণ্য কৰা হয়?

উত্তৰঃ গুৰু নানক।

প্রশ্নঃ পৰেশনাথ পাহাৰত থকা মন্দিৰ কোন ধৰ্মৰ লোকৰ তীৰ্থস্থান ?

উত্তৰঃ জৈন ধৰ্ম।

প্রশ্নঃ ২০০১ চনৰ লোকপিয়ল অনুসৰি ভাৰতৰ জনসংখ্যাৰ কিমান শতাংশ খ্ৰীষ্টান?

উত্তৰঃ ২.৩%।

প্রশ্নঃ বিশ্ববিখ্যাত ভাৰতীয় মহাকাব্য দুখনৰ নাম লিখা ?

উত্তৰঃৰামায়ণ’ আৰু ‘মহাভাৰত’।

Also Read Here:

সামৰণিঃ

ধন্যবাদ আপোনাক ইমান সময় আমাৰ Assamese Grammar Website দিয়াৰ বাবে, ওপৰৰ ধৰ্ম কুইজ | Religion Quiz in Assamese যদি এই অনুচ্ছেদ টো পঢ়ি আপোনাৰ ভাল লাগিছে তেনেহলে অনুচ্ছেদ টো Social Mediaত share আৰু এটা Comment কৰি দিব। ০ ০ ০

LEAVE A REPLY

Please enter your comment!
Please enter your name here