Home ভূগোল নদীৰ পাৰত থকা নগৰসমূহ

নদীৰ পাৰত থকা নগৰসমূহ

0

নদীৰ পাৰত থকা নগৰসমূহ

নদীৰ পাৰত থকা নগৰসমূহ, Cities Beside Rivers

নদীৰ পাৰত থকা নগৰসমূহ, Cities Beside Rivers

নদীৰ পাৰত থকা নগৰসমূহ

নগৰ —— নদী ——- দেশ

কিঅ’ —– চুমিডা —- জাপান

ভিয়েনা —- ডানিউব —- অষ্ট্ৰিয়া

ইয়াংগুন —- ইৰাৱাদি —- ম্যানমাৰ

গুৱাহাটী  —- ব্রহ্মপুত্ৰ —- ভাৰত

বাগদাদ —- টাইগ্ৰীছ —- ইৰাক

এন্টৱেৰপ —- ছেডট —- বেলজিয়াম

পেৰিচ —- চেইন  —- ফ্রান্স

কুবেক —- চেইন্ট লৰেঞ্চ —- কানাডা

ৰোম  —- টিবাৰ —- ইটালি

হামবাৰ্গ —- ইলবি —- জাৰ্মানী

গ্লাচগ’ —- ক্লাইড —- স্কটলেণ্ড

কেনটন —- কেনটন —- চীন

কাইৰো —- নীল —- ইজিপ্ত

বুডাপেষ্ট—- ডানিউব —- হাঙ্গেৰী

আৰ্মষ্টাৰডাম —- আমছেল —- নেদাৰলেণ্ডচ

আলেকজেন্দ্ৰিয়া—- নীল —- ইজিপ্ত

লাহোৰ —- ৰাভি —- পাকিস্থান

লণ্ডণ —- থেমচ —- ইংলণ্ড

দিল্লী —- যমুনা —- ভাৰত

কৰাচী —- ইন্দুচ (সিন্ধু) —- পাকিস্থান

বন —- ৰানি —- জাৰ্মানী

বাৰ্লিন —- ইচপ্ৰি —- জাৰ্মানী

বেলগ্ৰেড —- ডেনিউব —- যুগোশ্লাভিয়া

বেংটক —- মেনাম —- থাইলেণ্ড

মন্টৰীল —- অটৱা —- কানাডা

মস্কু —- মস্কু —- ৰাছিয়া

নিউয়ৰ্ক —- হাৰ্ডচন —- আমেৰিকা ০ ০ ০

নদীৰ পাৰত থকা নগৰসমূহ, Cities Beside Rivers

You May Like:

LEAVE A REPLY

Please enter your comment!
Please enter your name here