নদীৰ পাৰত থকা নগৰসমূহ
নদীৰ পাৰত থকা নগৰসমূহ, Cities Beside Rivers
নদীৰ পাৰত থকা নগৰসমূহ
নগৰ —— নদী ——- দেশ
কিঅ’ —– চুমিডা —- জাপান
ভিয়েনা —- ডানিউব —- অষ্ট্ৰিয়া
ইয়াংগুন —- ইৰাৱাদি —- ম্যানমাৰ
গুৱাহাটী —- ব্রহ্মপুত্ৰ —- ভাৰত
বাগদাদ —- টাইগ্ৰীছ —- ইৰাক
এন্টৱেৰপ —- ছেডট —- বেলজিয়াম
পেৰিচ —- চেইন —- ফ্রান্স
কুবেক —- চেইন্ট লৰেঞ্চ —- কানাডা
ৰোম —- টিবাৰ —- ইটালি
হামবাৰ্গ —- ইলবি —- জাৰ্মানী
গ্লাচগ’ —- ক্লাইড —- স্কটলেণ্ড
কেনটন —- কেনটন —- চীন
কাইৰো —- নীল —- ইজিপ্ত
বুডাপেষ্ট—- ডানিউব —- হাঙ্গেৰী
আৰ্মষ্টাৰডাম —- আমছেল —- নেদাৰলেণ্ডচ
আলেকজেন্দ্ৰিয়া—- নীল —- ইজিপ্ত
লাহোৰ —- ৰাভি —- পাকিস্থান
লণ্ডণ —- থেমচ —- ইংলণ্ড
দিল্লী —- যমুনা —- ভাৰত
কৰাচী —- ইন্দুচ (সিন্ধু) —- পাকিস্থান
বন —- ৰানি —- জাৰ্মানী
বাৰ্লিন —- ইচপ্ৰি —- জাৰ্মানী
বেলগ্ৰেড —- ডেনিউব —- যুগোশ্লাভিয়া
বেংটক —- মেনাম —- থাইলেণ্ড
মন্টৰীল —- অটৱা —- কানাডা
মস্কু —- মস্কু —- ৰাছিয়া
নিউয়ৰ্ক —- হাৰ্ডচন —- আমেৰিকা ০ ০ ০
নদীৰ পাৰত থকা নগৰসমূহ, Cities Beside Rivers
You May Like: