Home বিবিধ নালান্দা বিশ্ববিদ্যালয় । Nalanda University 2023

নালান্দা বিশ্ববিদ্যালয় । Nalanda University 2023

0

নালান্দা বিশ্ববিদ্যালয় । Nalanda University

নালান্দা বিশ্ববিদ্যালয় । Nalanda University

নালান্দা বিশ্ববিদ্যালয় । Nalanda University

প্ৰাচীন ভাৰতবৰ্ষৰ এক প্ৰখ্যাত বিশ্ববিদ্যালয় আছিল নালান্দা বিশ্ববিদ্যালয়। ইয়াত হিন্দু শাস্ত্ৰ বেদ, উপনিষদ, ব্যাকৰণ, তৰ্কশাস্ত্ৰ, চিকিৎসাশাস্ত্ৰ, দৰ্শনশাস্ত্ৰ, অংকশাস্ত্ৰ আৰু আধ্যাত্মিক বিজ্ঞানৰ শিক্ষা দিয়া হৈছিল। এই বিশ্ববিদ্যালয় খ্ৰীষ্টপূৰ্ব এক শতিকাৰ পৰা অষ্টম খ্ৰীষ্টাব্দলৈকে চলি আছিল। এই বিশ্ববিদ্যালয়ৰ বাহিৰে-ভিতৰে দহ হাজাৰ ছাত্ৰই অধ্যয়ন কৰিছিল।

শীলভদ্ৰ নামে এজন উদাসীন পণ্ডিত এই বিশ্ববিদ্যালয়ৰ বিখ্যাত অধ্যক্ষ আছিল। ইয়াত ছাত্ৰসকলে বিনা খৰচতে পঢ়িব পাৰিছিল। ইয়াৰ পুথিভঁৰালটো ভাৰতবৰ্ষৰ সকলো পুথিভঁৰালতকৈ ডাঙৰ আাছিল। পুথিভঁৰালটো ন-তলীয়া আছিল আৰু তাৰ নাম আছিল ‘ৰত্নোদধি’।

শিক্ষাগাৰটোত এশটা কোঠালিত এশটা শ্ৰেণী বহিব পাৰিছিল। ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা ইয়ালৈ ছাত্ৰ আহিছিল।। ইয়াৰ শিক্ষাৰ মান আৰু আদৰ্শ ইমান ওখ আছিল যে কম ছাত্ৰইহে তাত প্ৰৱেশৰ সুবিধা পাইছিল। চীনদেশৰ পৰিব্রাজক হিউয়েনচাঙ এইখন বিশ্ববিদ্যলয়তে যোগশাস্ত্ৰ পঢ়িবলৈ আহিছিল।  0 0 0.

আপুনি ভাল পাব পাৰে: ইলেকট্রনিক ভোটিং মেছিন 

Previous articleতক্ষশীলা বিশ্ববিদ্যালয় | Takshila University 2023
Next articleঅসমীয়া ভাষা আৰু সাহিত্য Assamese Language and Literature
I'm Nazmina Begum, from Noonmati Guwahati (Assam) Admin of Assamesegrammar.com

LEAVE A REPLY

Please enter your comment!
Please enter your name here