পৃথিৱীৰ ক্ষুদ্ৰতম দহখন দেশ
পৃথিৱীৰ ক্ষুদ্ৰতম দহখন দেশ, Smallest Countries of the World
পৃথিৱীৰ ক্ষুদ্ৰতম দহখন দেশ
দেশ ——মহাদেশীয় অৱস্থন—–আয়তন
১। ভেটিকান চিটি —– ইউৰোপ—– 0.44 বৰ্গ কি.মি
২। মোনাকো —– ইউৰোপ —– 1.95 বৰ্গ কি.মি
৩। নাওৰো —– দঃ প্ৰশান্ত মঃ সাঃ —– 21.30 বৰ্গ কি.মি
৪। টুভালো —– দঃ প্ৰশান্ত মঃ সাঃ —– 26.00 বৰ্গ কি.মি
৫। চান মেৰিণো —– ইউৰোপ —– 61.00 বৰ্গ কি.মি
৬। লাইছেন ষ্টেইন —– ইউৰোপ —– 160.00 বৰ্গ কি.মি
৭। মাৰ্শ্বেল আইলেণ্ড —– মধ্য প্ৰশান্ত মঃ সাঃ —– 181.00 বৰ্গ কি.মি
৮। চেন্ট কীটছ নেভিছ —– পূৱ কেৰিবিয়ান —– 269.00 বৰ্গ কি.মি
৯। মালদ্বীপ —– ভাৰত মাহসাগৰ —– 298.00 বৰ্গ কি.মি
১০। মাল্টা —– ভূমধ্য সাগৰ —– 316.44 বৰ্গ কি.মি। ০ ০ ০
পৃথিৱীৰ ক্ষুদ্ৰতম দহখন দেশ, Smallest Countries of the World
You May Like: