বিভিন্ন দেশৰ ৰাষ্ট্ৰীয় প্ৰতীক
বিভিন্ন দেশৰ ৰাষ্ট্ৰীয় প্ৰতীক, National Emblems of the Countries
বিভিন্ন দেশৰ ৰাষ্ট্ৰীয় প্ৰতীক
দেশ ————- প্ৰতীক
আইভৰী ক’ষ্ট ——- হাতী
লেবানন ——- কেডাৰ গছ
জাপান ——- ক্ৰিচেথেমাম
লাক্সেনবাৰ্গ ——- মুকুটসহ এটি সিংহ
স্পেইন ——- ঈগল
ছিৰিয়া ——- ঈগল
জাৰ্মানী ——- গোমধানৰ ফুল
ভাৰত ——- অশোক স্তম্ভ
অষ্ট্ৰেলিয়া ——- কেংগেৰু
আমেৰিকা ——- সোণালী দণ্ড
আয়াৰলেণ্ড ——- শামৰক পাত
কানাডা ——- ভেঁটফুল
বাংলাদেশ ——- ভেঁটফুল
ফ্রান্স ——- ভেঁটফুল
শ্ৰীলংকা ——- সিংহ
ছিয়েৰা লিঅ’ন ——- সিংহ
নেদাৰলেণ্ড ——- সিংহ
বেলজিয়াম ——- সিংহ
নৰৱে ——- সিংহ
ইৰান ——- গোলাপ
ইংলণ্ড ——- গোলাপ
ইটালী ——- বগা ভেঁটফুল
পাকিস্থান ——- কাঁচিজোন
তুৰস্ক ——- কাঁচিজোন আৰু তৰা। ০ ০ ০
বিভিন্ন দেশৰ ৰাষ্ট্ৰীয় প্ৰতীক, National Emblems of the Countries
You May Like: