Home সংস্কৃতি বিশ্বৰ বিভিন্ন ঠাইৰ উপনাম

বিশ্বৰ বিভিন্ন ঠাইৰ উপনাম

0

বিশ্বৰ বিভিন্ন ঠাইৰ উপনাম

বিশ্বৰ বিভিন্ন ঠাইৰ উপনাম, Surname of some Places

বিশ্বৰ বিভিন্ন ঠাইৰ উপনাম

উপনাম ————– দেশ বা স্থান

ইউৰোপৰ খেলপথাৰ ——– চুইজাৰলেণ্ড

ভূমধ্যস্থৰ চাবি ——– জিব্রালটাৰ

চকুলোৰ দুৱাৰ ——– বেবে-ইন-মেনডেব

ইংলণ্ডৰ বাগিছা ——– ইংলণ্ডৰ কেন্ট

সাম্ৰাজ্যবাদৰ নগৰ ——– নিউয়ৰ্ক

ইউৰোপৰ ৰণস্থলী ——– বেলজিয়াম

সেউজীয়া মুক্তাৰ দেশ ——– আয়াৰলেণ্ড

অন্ধকাৰ মহাদেশ ——– আফ্রিকা

দক্ষিণৰ সম্ৰাজ্ঞী ——– চিডনী

শ্বেত মানুহৰ কবৰ ——– আফ্রিকাৰ গিনি উপকূল

স্বৰ্ণ মন্দিৰৰ দেশ ——– ম্যানমাৰ (বাৰ্মা)

কেংগেৰুৰ দেশ ——– অষ্ট্ৰেলিয়া

কেকৰ দেশ ——– স্কটলেণ্ড

সপ্ত পৰ্বতৰ নগৰ  ——– ৰোম 

ঈশ্বৰৰ নগৰ ——– ৰোম 

স্বৰ্ণমন্দিৰৰ নগৰ ——– অমৃতস্বৰ

নীলা পাহাৰ ——– নীলগিৰি পৰ্বত

বঙ্গৰ শোক ——– দামোদৰ নদী

মুক্তা দ্বীপ ——– বাহৰেইন

ক্লোভ আইলেণ্ড ——– জাঞ্জিবাৰ

দ্য হাৰমিট কিংডম ——– কোৰিয়া

হোলি লেণ্ড ——– পেলেষ্টাইন

বজ্ৰপাতৰ দেশ ——– ভূটান

হাজাৰ সৰোবৰৰ দেশ ——– জিনলেণ্ড

সূৰ্যোদয়ৰ দেশ ——– জাপান

মাজ ৰাতি সূৰ্য উঠা দেশ ——– নৰৱে

শান্ত ৰাতিপুৱাৰ দেশ ——– কোৰিয়া

হেয়াৰিং পণ্ড ——– আটলান্টিক মহাসাগৰ

বৃহৎ শুভ্ৰ পথ ——– নিউয়ৰ্কৰ ব্রড-ৱে

গ্ৰেনাইটৰ নগৰ ——– স্কটলেণ্ডৰ এবাৰডিন

নীল নদীৰ উপহাৰ ——– ইজিপ্ত

ৰাতিৰ ৰামধেনুৰ দেশ ——– হাৱাই দ্বীপ

সূৰ্যাস্তৰ দেশ ——– আমেৰিকা

পূৱৰ ভেনিচ ——– আল্লাপ্পুজা

মচলাৰ বাগিছা ——– কেৰালা (ভাৰত)

ভাৰতৰ দুৱাৰমুখ ——– মুম্বাই

জনপ্ৰাণীহীন নগৰ ——– দ্য কানহা

পৃথিৱীৰ ব্রেডবাচকেট ——– উত্তৰ আমেৰিকা

শুভ্ৰ চহৰ ——– যুগোশ্লাভিয়াৰ বেলগ্ৰেড

নীলা নদী ——– ইয়াং চি’কিয়াং

উত্তৰ  ভেনিচ ——– ষ্টকহ’ম

পাতালৰ দেশ ——– নেদাৰলেণ্ড

চীনৰ দুখ ——– হোৱাংহো নদী

ইউৰোপৰ ৰুগীয়া লেক ——– তুৰ্কী

কোৱেকাৰ চিটি ——– ফিলাডেলফিয়া

গুলপীয়া চহৰ ——– জয়পুৰ

হাৰকিউলিচৰ স্তম্ভ  ——– জিব্রালটাৰ

ভূমিকম্পৰ দেশ ——– জাপান

বিনা ৰেল লাইনৰ দেশ ——– আইচলেণ্ড

জাৰকালি বৰষুণৰ দেশ ——– উত্তৰ  ইজৰাইল

প্ৰাচীৰৰ দেশ ——– চীন

পিৰামিডৰ দেশ ——– মিচৰ

পৃথিৱীৰ মূধচ ——– পামিৰ

আৰব সাগৰীয় ৰাণী ——– কোচি

চেনিৰ পাত্ৰৰ দেশ ——– কিউবা

নেভাৰ নেভাৰ লেণ্ড ——– নৰ্থ অষ্ট্ৰেলিয়াৰ প্ৰেইৰিচ

সোণালী ভেড়াৰ নোমৰ দেশ ——– অষ্ট্ৰেলিয়া

দীঘলীয়া বগা ডাৱৰৰ দেশ ——– নিউজিলেণ্ড

বগা হাতীৰ দেশ ——– থাইলেণ্ড

লিলিফুলৰ দেশ ——– কানাডা

এড্ৰিয়াটিকৰ ৰাণী ——– ইটালিৰ ভেনিচ

চকুলোৰ ৰথ ——– বাবেল মাণ্ডেৰ প্ৰণালী

ডকাইতৰ মহানগৰী ——– নিউয়ৰ্ক

এচফাল্টৰ হ্রদ ——– ত্ৰিনিদাদ হ্রদ (ৱেষ্ট ইণ্ডিজ)

দক্ষিণৰ ব্রিটেইন ——– নিউজিলেণ্ড

মিঠা পানীৰ হ্রদ ——– চুপিৰিয়ৰ হ্রদ

বান্দৰৰ দেশ ——–বোৰ্ণিও দ্বীপ 

অধিক দ্বীপপুঞ্জৰ দেশ ——– ইন্দোনেচিয়া

মহাৰাণীৰ দেশ ——– ইংলণ্ড

ইহুদিসকলৰ দেশ ——– ইজৰাইল

ঘন বসতিৰ দেশ ——– মোনাকো

বিনা টেলিফোনৰ দেশ ——– গ্ৰীণলেণ্ড

শুকান চহৰ ——– খাৰ্টুম (চুডানৰ ৰাজধানী)

শীতল চহৰ ——– ভাৰ্খ’য়ানস্ক (চাইেবৰিয়া)

চিৰ বসন্তৰ মহানগৰ ——– কুৱেট (দঃ আমেৰিকা)

স্বৰ্ণৰ মহানগৰ ——– জোহান্সবাৰ্গ

মছজিদৰ চহৰ ——– ঢাকা

আকাশলঙঘী অট্টালিকাৰ দেশ ——– নিউয়ৰ্ক

নিষিদ্ধ যাত্ৰাৰ দেশ  ——– লাচা (তিববতৰ ৰাজধানী)

দুখন দেশৰ মাজৰ দেশ ——– এণ্ডোৰ

কমলাৰ মহানগৰী ——– নাগপুৰ ভাৰত)

কমলাৰ দেশ ——– ব্রাজিল

বতাহৰ চহৰ ——– চিকাগো

ভাৰতৰ চুইজাৰলেণ্ড ——– কাশ্মীৰ

অসমৰ মানচেষ্টাৰ ——– শুৱালকুছি

বন কুকুৰাৰ দেশ ——– শ্ৰীলংকা

সমুদ্ৰ বন্ধুৰ দেশ ——– গ্ৰেট বৃটেইন

উত্তৰ দিশৰ মহানগৰী ——– হামাৰ ফেষ্ট (নৰৱে)

আনন্দৰ মহানগৰী  ——– নিউয়ৰ্ক

ভাৰতৰ আৰব সাগৰৰ ৰাণী ——– কোচিন (কেৰালা)

ভাৰতৰ দাক্ষিণাত্যৰ ৰাণী ——– পুণে (মহাৰাষ্ট্ৰ)

ভাৰতৰ মন্দিৰৰ নগৰ ——– বাৰানসী

পঞ্চ নদীৰ দেশ ——– পঞ্জাৱ

সাগৰৰ দলং ——– গ্ৰেট বৃটেইন

বজ্ৰপাতৰ দ্বীপ  ——– জাভা দ্বীপ

ভূমধ্য সাগৰৰ দুৱাৰ ——– জিব্রাল্টৰ প্ৰণালী

নীল নদীৰ উৎস ——– ভিক্টোৰিয়া  হ্রদ

লঙৰ দ্বীপ ——– মাদাগাস্কাৰ

বিনা নদীৰ দেশ ——– চৌদি আৰব।

মাফিয়া অপৰাধী সংগঠনৰ দেশ ——– চিচিলি দ্বীপ

এন্দুৰৰ মহানগৰী ——– মেক্সিকো

চিগাৰেট সেৱনৰ দেশ ——– কুৱেইট

ধুমুহা বতাহৰ দেশ ——– এন্টাৰ্কটিকা

ফুলৰ দেশ ——– নেদাৰলেণ্ড

সোণালী তোৰণৰ মহানগৰ ——– চানফ্রান্সিচকো

প্ৰাসাদৰ মহানগৰী ——– কলকাতা

ভাৰতৰ বাগিচা ——– বাঙ্গালোৰ। ০ ০ ০

বিশ্বৰ বিভিন্ন ঠাইৰ উপনাম, Surname of some Places

You May Like:

Previous articleঅসমীয়া ভাষা আৰু সাহিত্য Assamese Language and Literature
Next articleআপেক্ষিকতাবাদ  | Theory of Relativity
I'm Nazmina Begum, from Noonmati Guwahati (Assam) Admin of Assamesegrammar.com

LEAVE A REPLY

Please enter your comment!
Please enter your name here