Home সংস্কৃতি ভাৰতৰ  ডাক ঘৰ সম্পর্কিত তথ্য

ভাৰতৰ  ডাক ঘৰ সম্পর্কিত তথ্য

0

ভাৰতৰ  ডাক ঘৰ সম্পর্কিত তথ্য

a

ভাৰতৰ  ডাক ঘৰ সম্পর্কিত তথ্য

ভাৰতৰ  ডাক ঘৰ সম্পর্কিত তথ্য 

ভাৰতত প্ৰথম বিমান ডাক সেৱা আৰম্ভ—-1911  চনৰ 18 ফেব্রূ।

ভাৰতত প্ৰথম  পোষ্ট কাৰ্ডৰ প্ৰচলন হয়—-1879 চনৰ 1 জুলাই।

ভাৰতত প্ৰথম ৰেল যোগে ডাক সেৱা আৰম্ভ—-1863 চন।

ভাৰতৰ প্ৰথমটো ডাক টিকট প্ৰকাশ—-1852 চনৰ 1 জুলাই।

ভাৰতৰ প্ৰথমটো বহুৰঙ্গী ডাক টিকট প্ৰকাশ—-1854 চনৰ 15 আগষ্ট।

ভাৰতৰ প্ৰথমজন ডাক টিকটৰ নক্সা কৰোঁতা—-কেপ্তেইন থুইলিয়াৰ।

ভাৰতৰ প্ৰথমটো বিমান ডাক সেৱাৰ টিকট প্ৰকাশ—-1929 চন।

ভাৰতৰ ডাক টিকট সংগ্ৰহ কৰা প্ৰথমটো সংস্থা—- ফিলাটেলিক চ’ছাইটি অব ইণ্ডিয়া।

ভাৰতত প্ৰথম টেলেক্স সেৱা আৰম্ভ—-1952 চন। ০ ০ ০

ভাৰতৰ  ডাক ঘৰ সম্পর্কিত তথ্য

You May Like:

Previous articleপৃথিৱীৰ উল্লেখযোগ্য হ্রদ
Next articleমানৱ শৰীৰৰ তন্ত্ৰসমূহ
I'm Nazmina Begum, from Noonmati Guwahati (Assam) Admin of Assamesegrammar.com

LEAVE A REPLY

Please enter your comment!
Please enter your name here