ইউৰোপিয়ান ইউনিয়ন। European Union
ইউৰোপিয়ান ইউনিয়ন। European Union 2024
ইউৰোপিয়ান ইউনিয়ন হৈছে ইউৰোপৰ ১৫ খন দেশ একেলগ হৈ গঠন কৰা এক আন্তজাৰ্তিক সংগঠন। ১৯৯৪ চনত ইউৰোপৰ তিনিটা সংগঠন ক্ৰমে ‘ইউৰোপিয়ান কোল এণ্ড ষ্টিল কমিউনিটি’ একত্ৰিত হৈ ইউৰোপিয়ান ইউনিয়ন গঠিত হয়।
বৰ্তমান ইউৰোপিয়ান ইউনিয়নৰ সদস্য-ৰাষ্ট্ৰৰ সংখ্যা ২৭। ইউৰোপিয়ান ইউনিয়নৰ সদস্যভুক্ত দেশসমূহৰ উমৈহতীয়া মুদ্ৰাবিধিৰ নাম ‘ইউৰো’। 0 0 0.
আপুনি ভাল পাব পাৰে: ইলেকট্রনিক ভোটিং মেছিন
