Home ইতিহাস আলোকস্তম্ভ । Light House

আলোকস্তম্ভ । Light House

0

আলোকস্তম্ভ । Light House

আলোকস্তম্ভ

আলোকস্তম্ভ । Light House

মহাসমূদ্ৰত যাতায়ত কৰা জাহাজ আৰু আকাশৰ উৰাজাহাজক বাট দেখুৱাবলৈ বা বিপদৰ আগজাননী দিবলৈ সাগৰৰ উপকূলৰ পৰা দূৰৱৰ্তী অঞ্চলত পোহৰৰ ব্যৱস্থা থকা কিছুমান ঘৰ থাকে। সেইবোৰকে আলকোস্তম্ভ বা লাইট হাউছ বোলা হয়। ৰাতিৰ আন্ধাৰত জাহাজবোৰে দিশ হেৰুৱালে বা বিশাল টৌৰ মাজত বিপদত পৰিলে সেই জাহাজবোৰক সহায় কৰে এই আলোকস্তম্ভই। 0 0 0.

You May Like:

LEAVE A REPLY

Please enter your comment!
Please enter your name here