Home ইতিহাস অলিম্পিয়া । Olympia

অলিম্পিয়া । Olympia

0

অলিম্পিয়া । Olympia

অলিম্পিয়া । Olympia

অলিম্পিয়া । Olympia

অলিম্পিয়া (Olympia) আমেৰিকা যুক্তৰাষ্ট্রৰ ৱাশিংটন প্ৰদেশৰ ৰাজধানী। ই ডোছিয়ুটছ নদীৰ পাৰত অৱস্থিত। দেশখনৰ উল্লেখযোগ্য বন্দৰ আৰু মাছধৰা কেন্দ্ৰ। বিশিষ্ট পৰ্যটক আকৰ্ষক স্থান।

গ্ৰীচৰ এখন প্ৰাচীন প্ৰসিদ্ধ চহৰৰ নামো অলিম্পিয়া। বৰ্তমানৰ পশ্চিম পেলোপ’নেছাছৰ ৰুফিয়া নদীৰ পাৰত অৱস্থিত এই চহৰতে খ্ৰীষ্টপৰ্ব 776-ত অলিম্পিক ক্ৰীড়াৰ সূচনা হৈছিল। ই প্ৰাচীন গ্ৰীচৰ প্ৰসিদ্ধ ধৰ্মস্থান আছিল।  0 0 0.

You May Like:

Previous articleঅপেৰা । Opera
Next articleঅশোক স্তম্ভ | Asoka Pillar
I'm Nazmina Begum, from Noonmati Guwahati (Assam) Admin of Assamesegrammar.com

LEAVE A REPLY

Please enter your comment!
Please enter your name here