Home ইতিহাস অসম পৰিচয়

অসম পৰিচয়

0

অসম পৰিচয়

অসম পৰিচয়

অসম পৰিচয়

অসম পৰিচয়

অসম হ’ল ভাৰতৰ উত্তৰ-পূব কোণত অৱস্থিত ভাৰতৰ এখন অংগ ৰাজ্য। ইয়াৰ উত্তৰ, পূব আৰু দক্ষিণ দিশত পৰ্বতমালাই আগুৰি আছে। ভৌগালিক অৱস্থান অনুসৰি ই  ১৪ ডিগ্ৰীৰ পৰা ২৮ ডিগ্ৰী উত্তৰ অক্ষৰেখা আৰু প্ৰায় ৯০ ডিগ্ৰীৰ পৰা ৯৭ ডিগ্ৰী পূব দ্ৰাঘিমাত অৱস্থিত।

ভৌগালিকভাৱে নিৰূপণ কৰিব পৰাকৈ অসমৰ কোনো প্ৰাকৃতিক সীমা নাই। বৰ্তমান অসমৰ যি চাৰিসীমা সি ৰাজনৈতিকভাৱেহে নিৰ্ণয় কৰা হৈছে। ৰাজ্যখনৰ উত্তৰ-পশ্চিম দিশৰ এক অতি ঠেক ভূ-খণ্ডৰ জৰিয়তেহে অসম ভৌগালিকভাৱে উত্তৰ বংগ তথা দেশৰ আন অংশৰ সৈতে সংলগ্ন।

বৰ্তমান অসমৰ উত্তৰে অৰুণাচল প্ৰদেশ আৰু ভূটান; পূবে আৰুণাচল প্ৰদেশ, নাগালেণ্ড আৰু মণিপুৰ; দক্ষিণে মিজোৰাম আৰু ত্ৰিপুৰা; পশ্চিমে মেঘালয়, বাংলাদেশ আৰু পশ্চিম বংগ। 0 0 0.

অসম পৰিচয়

You May Like:

Previous article অসম নামৰ উৎপত্তি
Next articleপৃথিৱীৰ উল্লেখযোগ্য হ্রদ
I'm Nazmina Begum, from Noonmati Guwahati (Assam) Admin of Assamesegrammar.com

LEAVE A REPLY

Please enter your comment!
Please enter your name here