Home ইতিহাস আলম আৰা । Alam Ara

আলম আৰা । Alam Ara

0

আলম আৰা । Alam Ara

আলম আৰা

আলম আৰা । Alam   Ara

ভাৰতৰ প্ৰথম পূর্ণ দৈৰ্ঘ্যৰ সবাক চলচ্চিত্ৰ। ১৯৩১ চনৰ ১৪ মাৰ্চত মুম্বাই মেজেষ্টিক হলত ছবিখনে মুক্তিলাভ কৰে। ইম্পেৰিয়েল ফিল্ম কোম্পানীৰ বেনাৰত মুক্তিলাভ কৰা ছবিখনৰ পৰিচালনা

আৰু প্ৰযোজনা আৰ্দেশিৰ ইৰাণীৰ। ছবিখনত অভিনয় কৰা শিল্পীসকল আছিল মাষ্টাৰ বিত্থল, জুবেইদা, সুশীলা, জিলু, পৃথ্বিৰাজ কাপুৰ ডব্লিউ এম খান আদি।

‘আলম আৰা’ৰ (অৰ্থ পৃথিৱীৰ পোহৰ) সংলাপ আছিল সংস্কৃতভিত্তিক হিন্দী আৰু পাৰ্ছি মিশ্ৰিত উৰ্দু। এইখন ছবিতে প্ৰথম সংগীত বাণীবদ্ধ  হয়। ছবিখনত গীত আছিল সাতটা।

সংগীত পৰিচালক আছিল পিৰোজশ্বাহ মিস্ত্ৰী আৰু বি ইৰাণী। কণ্ঠশিল্পীসকল আছিল  ৱাজিৰ মহম্মদ খান, জুবেইদা আদি। 0 0 0.

You May Like:

Previous articleইউৰিয়া। Uriah 
Next articleআল্পছ । Alps
I'm Nazmina Begum, from Noonmati Guwahati (Assam) Admin of Assamesegrammar.com

LEAVE A REPLY

Please enter your comment!
Please enter your name here