Home ইতিহাস আলোকস্তম্ভ । Light  House

আলোকস্তম্ভ । Light  House

0

আলোকস্তম্ভ । Light  House

আলোকস্তম্ভ

আলোকস্তম্ভ । Light  House

মহাসমূদ্ৰত যাতায়ত কৰা জাহাজ আৰু আকাশৰ উৰাজাহাজক বাট দেখুৱাবলৈ বা বিপদৰ আগজাননী দিবলৈ সাগৰৰ উপকূলৰ পৰা দূৰৱৰ্তী অঞ্চলত পোহৰৰ ব্যৱস্থা থকা কিছুমান ঘৰ থাকে। সেইবোৰকে আলকোস্তম্ভ বা লাইট হাউছ বোলা হয়। ৰাতিৰ আন্ধাৰত জাহাজবোৰে দিশ হেৰুৱালে বা বিশাল টৌৰ মাজত বিপদত পৰিলে সেই জাহাজবোৰক  সহায় কৰে এই আলোকস্তম্ভই। 0 0 0.

You May Like:

Previous articleবিশেষণ পদৰ শ্ৰেণী বিভাগ। Classification of Adjective 2023
Next articleক্ৰিয়া পদৰ শ্ৰেণী বিভাগ। Classification of Verb 2023
I'm Nazmina Begum, from Noonmati Guwahati (Assam) Admin of Assamesegrammar.com

LEAVE A REPLY

Please enter your comment!
Please enter your name here