Home ইতিহাস কোচ ৰাজ্য

কোচ ৰাজ্য

0

কোচ ৰাজ্য

কোচ ৰাজ্য

কোচ ৰাজ্য

কোচ ৰাজ্য

ষষ্ঠদশ শতিকাৰ আগভাগত কোচবংশীয় বিশ্ব সিংহই (১৫১৫-১৫৪০) কোচ ৰাজ্য প্ৰতিষ্ঠা কৰি কোচবিহাৰত কোচ ৰাজ্যৰ ৰাজধানী পাতে। বিশ্বসিংহৰ পাছত তেওঁৰ পুত্ৰ মল্লদেৱে ‘নৰনাৰায়ণ’ নাম লৈ সিংহাসনত উঠে আৰু ভায়েক শুক্লধ্বজক সেনাপতি পাতে। এই শুক্লধ্বজেই অসম বুৰঞ্জীত ‘চিলাৰায়‘ নামেৰে বিখ্যাত। নৰনাৰায়ণৰ মৃত্যুৰ পাছত লক্ষীনাৰায়ণ কোচবিহাৰৰ ৰজা হয় যদিও সমসাময়িকভাৱে তেওঁলোকৰ ঘৰুৱা কন্দলৰ সৃষ্টি হয়। ইয়াৰ পৰিণতিত ১৬১৫ চনত কোচ ৰাজ্য বা কামৰুপ মোগলৰ অধীন হয়। ০ ০ ০.

You May Like:

Previous articleজয়ন্তীয়া ৰাজ্য
Next articleবাৰভূঞা | Bar Bhuyan
I'm Nazmina Begum, from Noonmati Guwahati (Assam) Admin of Assamesegrammar.com

LEAVE A REPLY

Please enter your comment!
Please enter your name here