Home ইতিহাস বাৰভূঞা | Bar Bhuyan

বাৰভূঞা | Bar Bhuyan

0

বাৰভূঞা | Bar Bhuyan

বাৰভূঞা Bar Bhuyan

বাৰভূঞা, Bar Bhuyan

বাৰভূঞা | Bar Bhuyan

ব্ৰহ্মপুত্ৰৰ উত্তৰপাৰে সোৱণশিৰী আৰু দাক্ষিণপাৰে দিচাং নৈৰ পূবে থকা চুতীয়া ৰাজ্যৰ পশ্চিমে ব্ৰহ্মপুত্ৰৰ দুয়োপাৰে কামৰূপ-কমতাৰ পূবত ভূঞাসকলে সৰু সৰু ৰাজ্য পাতি বাস কৰিছিল। ভূঞাসকলৰ আগত ‘বাৰ’ শব্দটো থকা সম্পৰ্কত বুৰঞ্জীবিদ এডৱাৰ্ড গেইটে অনুমান কৰিছে, ভাৰতৰ এই অঞ্চলৰ ৰজাসকলে বাৰজন উপদেষ্টা বা শাসনকৰ্তা নিয়োগ কৰিছিল তেওঁলোকক ‘ভূঞা’ বোলা হৈছিল। প্ৰত্যেকজন ভূঞাই নিজ নিজ ৰাজ্যৰ ভিতৰত আন আন ভূঞাৰ  পৰা স্বাধীন আছিল। কিন্তু উমৈহতীয়া শত্ৰুৰ বিৰুদ্ধে তেওঁলোকে একগোট হৈ থিয় দিছিল। শ্ৰীমন্ত শংকৰদেৱ এই বাৰভূঞাসকলৰে এজন সুযোগ্য বংশধৰ। মোগলসকলে কমতাপুৰ দখল কৰাৰ পাছত বাৰভূঞাসকলে কমতাপুৰৰ শাসনকৰ্তা ডানিয়েলক বধ কৰে। কামৰূপৰ হাজো আৰু তাৰ ওচৰে-পাজৰে ৰৈ যোৱা মোগল আক্ৰমণকাৰীৰ আনুগামীসকলৰ মাজৰে গিয়াচুদ্দিন আউলিয়া নামৰ এজন সাধু মানুহে হাজোত এটা মছজিদ সজায় আৰু তেওঁৰ মৃত্যুৰ পাছত তেওঁক তাতে কবৰ দিয়া হয়। এয়ে বৰ্তমানৰ পোৱামক্কা। 0 0 0.

You May Like:

Previous articleকোচ ৰাজ্য
Next articleচুতীয়া ৰাজ্য
I'm Nazmina Begum, from Noonmati Guwahati (Assam) Admin of Assamesegrammar.com

LEAVE A REPLY

Please enter your comment!
Please enter your name here